৯৬ দিনলৈ এই ৪ ৰাশিৰ ওপৰত ধন বৰষিব!শনি দেৱৰ কৃপাত খুলিব এই চাৰি ৰাশিৰ উন্নতিৰ ৰাস্তা!

Published:

অহা ৯৬ দিন শনি দেৱৰ বিশেষ কৃপা থাকিব ৪ টা ৰাশিৰ ওপৰত।চাকৰি, ব্যৱসায়, টকা-পইচা, ঘৰ-বাৰী… সকলোতে আহিব ডাঙৰ পৰিৱৰ্তন।
১)মকৰ ৰাশি
বহুদিনৰ পৰা পাব লগীয়া টকাসমূহ ঘূৰি আহিব, চাকৰিত প্ৰমোচনৰ যোগ আছে।ব্যৱসায়ত নতুন চুক্তি হ’ব য’ত বৃহৎ লাভৰ সম্ভাৱনা আছে।

২) কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ মানুহৰ বাবে এই ৯৬ দিন সোণালী সময়।
শনি দেৱে আপোনাৰ কৰ্মত বহিছে, গতিকে পৰিশ্ৰমৰ ফল দুগুণ হ’ব।বিদেশ যাত্ৰা, নতুন চাকৰি, নতুন ঘৰৰ যোগ আছে।যি কামত হাত দিবা, তাতেই সফলতা পাব।

৩)বৃষ ৰাশি
বৃষ ৰাশিৰ বাবে ধনৰ বৰষুণ হ’বলৈ ওলাইছে।
পুৰণি ঋণ শেষ হ’ব, বেংক বেলেঞ্চ বাঢ়িব।পৰিয়ালত সুখ-শান্তি আহিব, মাটি-বাৰী কিনাৰ যোগ আছে।লটাৰী বা হঠাৎ ধন পোৱাৰো সম্ভাৱনা আছে।

৪)কন্যা ৰাশি
কন্যা ৰাশিৰ বাবে শনি দেৱে খুলিব উন্নতিৰ দুৱাৰ ।বহু দিনৰ পৰা চেষ্টা কৰি থকা কামটো হৈ উঠিব ।চাকৰিৰ ইন্টাৰভিউত সফল হ’বা, ব্যৱসায়ত নতুন কাষ্টমাৰ আহিব।স্বাস্থ্যও ভাল হ’ব, মনত শান্তি পাব।

POPULAR

RECENT ARTICLES

spot_img