ৰাজনীতি

ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO য়ে শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰে EOS-05। এইটো হ'ল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ। এই উপগ্ৰহটো সফলতাৰে উৎক্ষেপণ কৰি ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক উল্লেখযোগ্য মাইলৰ খুঁটি...
শিক্ষানুষ্ঠানত মোবাইল ব্যৱহাৰ কৰি বৰ্খাস্ত হ'ল দুজনকৈ ছাত্ৰ। কলেজ চৌহদত মোবাইলৰ ব্যৱহাৰ আৰু ৰীলছ বনোৱাৰ অপৰাধত বৰপেটা জিলাৰ হাউলীৰ বি এইচ কলেজৰ দুজন ছাত্ৰক ১০ দিনৰ বাবে মহাবিদ্যালয়ৰ পৰা বৰ্খাস্ত কৰা হ'ল।মহাবিদ্যালয়খনত উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত ছাত্ৰ...

দেশৰ হিন্দু ভোটাৰে ক্ৰমশঃ আস্থা হেৰুৱাইছে নেকি মোদী-অমিত শ্বাহৰ বিজেপিৰ প্ৰতি?

হ'ব পাৰে উপ-নিৰ্বাচন। হয়তো সংখ্যাগৰিষ্ঠ চৰকাৰ এখনৰ বাবে এই নিৰ্বাচনৰ ফলাফল অপ্ৰাসংগিক। কিন্তু ভাবীকালৰ ৰাজনীতিৰ বাবে মধ্যপ্ৰদেশৰ দাতিয়া বা বিহাৰৰ বাংকিপুৰৰ ফলাফল এটা টাৰ্ণিং...

বিজেপিক চেৰ পেলাই ৬ হাজাৰৰো অধিক ভোটত আগবাঢ়িছে প্ৰশান্ত কিশোৰ

আজি ৰাতিপুৱাৰে পৰা চলি আছে বিহাৰৰ বাংকীপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ভোটগণনা। দ্বাদশ ৰাউণ্ডৰ গণনাৰ অন্তত প্ৰশান্ত কিশোৰ ৬ হাজৰৰো অধিক ভোটত আগবাঢ়ি...

নিৰ্বাচনী ৰাজনীতিৰ পৰা সন্যাস ঘোষণা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ

কংগ্ৰেছ দলৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই নিৰ্বাচনী ৰাজনীতিৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰিছে। তেওঁ ২০২৮ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা...

মমতাৰ TMCত পয়মাল; এইবাৰ কোয়েল মল্লিকে এৰিলে ৰাজ্যসভাৰ সাংসদ পদ

এটাৰ পিছত আন এটা মোক্ষম আঘাতৰ সন্মুখীন হৈ আছে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত মমতাৰ সংগ এৰিছে এজনৰ...

পত্নীক EDয়ে চমন প্ৰেৰণ কৰাৰ পিছতেই মমতাৰ সংগ ত্যাগ মদন মিত্ৰৰ

পশ্চিম বংগৰ ৰাজনীতিৰ পৰা আহিছে এটা ডাঙৰ খবৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অতি ঘনিষ্ঠৰূপে পৰিচিত মদন মিত্ৰই মমতাৰ সংগ এৰি ঋতব্ৰত বেনাৰ্জী গোটত যোগদান...

তৃণমূলৰ তিনিগৰাকী প্ৰাক্তন সাংসদৰ বিজেপিত যোগদান

তৃণমূল কংগ্ৰেছ ত্যাগ কৰা ৰাজ্যসভাৰ তিনিগৰাকী প্ৰাক্তন সাংসদে যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টীত। পশ্চিম বংগৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই মমতা বেনাৰ্জীৰ পৰা আঁতৰি আহি...

পশ্চিম বংগৰ তিনিখন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা

পশ্চিম বংগৰ ৰাজ্যসভাৰ তিনিখন খালী আসনৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। এই তিনিখন আসনৰ বাবে ২৪ জুলাইৰ ৰাতিপুৱা ৯ বজাৰ পৰা বিয়লি...

TMCৰ অধ্যক্ষ পদৰ পৰা আঁতৰালে মমতা বেনাৰ্জীক; অভিষেক বেনাৰ্জীৰ বিৰুদ্ধেও ল’লে কঠোৰ পদক্ষেপ

পশ্চিম বংগৰ পৰা আহিছে এক বৃহৎ ৰাজনৈতিক খবৰ। সোমবাৰে তৃণমূলৰ বিদ্ৰোহী তথা বিসম্বাদী গোটে মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীক নিজৰ নিজৰ পদৰ পৰা নিলম্বন...

TMCত বিভাজন… নেশ্যনেলিষ্ট চিটিজেন্স পাৰ্টীত বিলয় তৃণমূলৰ ২০ সাংসদ

দেশৰ ৰাজনীতিৰ বাবে ডাঙৰ খবৰ। তৃণমূল কংগ্ৰেছৰ ২০ গৰাকী বিসম্বাদী সাংসদে নেশ্যনেলিষ্ট চিটিজেন্স পাৰ্টীত চামিল হোৱাৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ...

পুনৰ সংসদত উত্থাপন হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক; এই সমূহ দলৰ সৈতে কেন্দ্ৰৰ আলোচনা

সংসদত পুনৰ এবাৰ সমষ্টি পুনঃনিৰ্ধাৰণ বিধেয়ক উত্থাপন কৰাৰ যোজা চলাইছে কেন্দ্ৰ চৰকাৰে। ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ইয়াক প্ৰযোজ্য কৰাটোৱে চৰকাৰৰ প্ৰধান উদ্দেশ্য। কিছু...

আভ্যন্তৰীণ বিদ্ৰোহত জৰ্জৰ TMC; মমতাক শলঠেকত পেলাই বহিষ্কৃত নেতাৰ ডাঙৰ মন্তব্য

পশ্চিম বংগত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ সম্প্ৰতি এক বৃহত আভ্যন্তৰীণ বিদ্ৰোহ আৰু ভাঙোনৰ সন্মুখীন হৈছে। দলটোৰ ভিতৰচ'ৰাত দেখা দিয়া বিসম্বাদৰ মাজতে দলৰ পৰা...

‘অভিষেকক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল’, বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ মমতা বেনাৰ্জীৰ

বিজেপিয়ে তৃণমূল কংগ্ৰেছ দলক নিঃশেষ কৰা আৰু দলটোৰ সাংসদ অভিষেক বেনাৰ্জীক হত্যা কৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে তৃণমূলৰ মুৰব্বী তথা পশ্চিম...

RECENT ARTICLES