উত্তৰ-পূব
ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO য়ে শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰে EOS-05। এইটো হ'ল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ। এই উপগ্ৰহটো সফলতাৰে উৎক্ষেপণ কৰি ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক উল্লেখযোগ্য মাইলৰ খুঁটি...
শিক্ষানুষ্ঠানত মোবাইল ব্যৱহাৰ কৰি বৰ্খাস্ত হ'ল দুজনকৈ ছাত্ৰ। কলেজ চৌহদত মোবাইলৰ ব্যৱহাৰ আৰু ৰীলছ বনোৱাৰ অপৰাধত বৰপেটা জিলাৰ হাউলীৰ বি এইচ কলেজৰ দুজন ছাত্ৰক ১০ দিনৰ বাবে মহাবিদ্যালয়ৰ পৰা বৰ্খাস্ত কৰা হ'ল।মহাবিদ্যালয়খনত উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত ছাত্ৰ...
Breaking News
ছিকিমত নিৰ্মাণাধীন সুৰংগত অঘটন; এই পৰ্যন্ত ৭ গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ
সোমবাৰে ছিকিমৰ নামচি জিলাত সংঘটিত হোৱা ভয়ংকৰ ঘটনাৰ পিছতে নিৰ্মাণাধীন সুৰংগৰ ভিতৰত প্ৰায় ২৭ গৰাকী শ্ৰমিক আৱদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰা হৈছে। উদ্ধাৰকাৰী...
নাগালেণ্ডত ভয়ংকৰ ভূমিস্খলন; ৮ জন লোকৰ মৃত্যু, ধ্বংস কেইবাটাও বাসগৃহ
বিগত কিছু দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নাগালেণ্ডৰ মন জিলাৰ ডিফেন্স কলনীত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। এই ঘটনাত ৮ জন লোকৰ মৃত্যু...
আছাম ৰাইফলছক লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ ভয়ংকৰ IED বিস্ফোৰণ, এজন জোৱানৰ মৃত্যু
নাগালেণ্ডত সংঘটিত হৈছে ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। ৰাজ্যখনৰ চুমওকেডিমা জিলাৰ চুখোভি অঞ্চলত সংঘটিত এক আইইডি বিস্ফোৰণত আছাম ৰাইফলছৰ এগৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে আন চাৰিজন...
উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ; আছাম ৰাইফলছৰ দুগৰাকী জোৱান শ্বহীদ
অশান্ত জৰ্জৰ মণিপুৰত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এইবাৰ ৰাজ্যখনৰ উখৰুল জিলাত সন্ত্ৰাসবাদীয়ে আছাম ৰাইফলছৰ জোৱানক লক্ষ্য কৰি সংঘটিত কৰে আক্ৰমণ। এই ঘটনাত...
