Uncategorized

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বৰ্বৰতাৰ অভিযোগ উত্থাপন কৰা আবেদনৰ জৰুৰী শুনানি নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। আবেদনকাৰীৰ অধিবক্তাই যেতিয়া প্ৰমাণ হিচাপে আদালতত ভিডিঅ’ দাখিল কৰাৰ অনুমতি বিচাৰে তেতিয়া মুখ্য ন্যায়াধীশে ইয়াক পোনছাটেই নাকচ কৰি কয়...
বিতৰ্কত নাম সাঙোৰ খাইছে ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ এগৰাকী প্ৰতিভাশালী উইকেটকীপাৰ বেটাৰ অভিষেক পোৰেলৰ। এগৰাকী মহিলাই ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে বিয়াৰ প্ৰলোভন দি কুকৰ্ম কৰাৰ অভিযোগ উত্থাপন কৰিছে।এই বিস্ফোৰক অভিযোগৰ পিছতেই ঘটনাটো গুৰুত্বসহকাৰে গ্ৰহণ কৰি কলকাতা উচ্চ ন্যায়ালয়ে তদন্তকাৰী...

No posts to display

RECENT ARTICLES