এতিয়াৰে পৰা মন গলেই ৰাজপথত বাহন উলিয়াব নোৱাৰিব সাধাৰণ লোকে
ইন্ধন সংকটৰ বাবে কাঢ়া নিয়ম প্ৰশাসনৰ
প্ৰশাসনে নিৰ্ধাৰণ কৰি দিব কোন দিনা বাহন উলিয়াব পাৰিব আপুনি
আৰম্ভ হ’ল ODD-EVEN Vehicle Movement Syste
এদিন চলিব যুগ্ম নম্বৰৰ বাহন,পিছদিনা চলিব অযুগ্ম নম্বৰৰ বাহন
কোন দিনা আপুনি বাহন উলিয়াব পাৰিব, সেয়া ঠিক কৰি দিব প্ৰশাসনে
ইন্ধনৰ সংকট নিয়ন্ত্ৰণ আৰু যান-বাহনৰ চাপ কমাবলৈ নতুন নিয়ম জাৰি কৰিছে প্ৰশাসনে
শেহতীয়াকৈ ছিক্কিম চৰকাৰে জাৰি কৰিছে নিয়ম
অৱশ্যে বাইক, টেক্সি, এম্বুলেঞ্চ আৰু অগ্নিনিৰ্বাপক বাহন এই নিয়মত নপৰিব
শনিবাৰ আৰু দেওবাৰে স্বাভাৱিকভাৱে চলিব সকলো বাহন
এতিয়াৰে পৰা মন গ’লেই ৰাজপথত বাহন উলিয়াব নোৱাৰিব কাঢ়া নিৰ্দেশ প্ৰশাসনৰ
Recent Comments
on Hello world!