আন্তঃৰাষ্ট্ৰীয়

অজিত আগাৰকাৰৰ কাৰ্যকাল অন্ত পৰাৰ পিছৰে পৰা খালী হৈ থকা মুখ্য নিৰ্বাচকৰ পদৰ বাবে প্ৰাক্তন বাঁওহতীয়া অফ স্পিনাৰ প্ৰজ্ঞান ওঝাৰ নাম ঘোষণা কৰিছে বিচিচিআইয়ে। উল্লেখ্য যে প্ৰজ্ঞান ওঝাই বিগত কিছু দিনৰ পৰা অনানুষ্ঠানিকভাৱে মুখ্য নিৰ্বাচকৰ দায়িত্ব...
ভাৰত আৰু আমেৰিকাৰ মাজত অতি শীঘ্ৰে বাণিজ্যিক চুক্তি হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। শনিবাৰে (১৭ অক্টোবৰ) আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল আৰু গেছ ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাৰতকে ধৰি পাঁচখন দেশৰ ওপৰত আৰোপ কৰা ১০০ শতাংশ...

বাংলাদেশত পুনৰ হিন্দু লোকৰ সৈতে কৰুণ ঘটনা; ড্ৰামৰ ভিতৰৰ পৰা উদ্ধাৰ নিৰঞ্জনৰ দেহ

বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে অব্যাহত আছে অত্যাচাৰৰ ঘটনা। এইবাৰ বাংলাদেশৰ মৈমনসিং সদৰ অঞ্চলৰ এটা নলাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ড্ৰামত ভৰাই থোৱা এজন...

শুল্কৰ জৰিয়তে ৮খন যুদ্ধ বন্ধ কৰিছো : ড’নাল্ড ট্ৰাম্প

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত দিয়া ভাষণৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্বজুৰি আঠখন যুদ্ধ বন্ধ কৰা বুলি দাবী কৰি পুনৰ এবাৰ ইৰাণক তীব্ৰ আক্ৰমণৰ লক্ষ্য...

শ্বেখ হাছিনাৰ ঘনিষ্ঠ ৭ নেতাক মৃত্যুদণ্ডৰ ৰায়

মঙলবাৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সাতজন ঘনিষ্ঠ নেতাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে দেশখনৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ-২য়ে। ২০২৪ চনৰ প্ৰতিবাদৰ সময়ত হিংসাৰ সৈতে জড়িত...

ভাৰতৰ পৰা নিজ দেশলৈ ৰাওনা চীনা ৰাষ্ট্ৰপতি শ্বি জিনপিং

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ থকা অষ্টাদশ ব্ৰিকছ সন্মিলনৰ আজি দ্বিতীয় তথা অন্তিম দিন। দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ বাবে পুনৰ এবাৰ পুটিন, জিনপিঙৰ দৰে BRICSৰ শীৰ্ষ...

মোদী-জিনপিঙৰ বৈঠকৰ পূৰ্বে সুৰ সলনি ৰঙা চীনৰ

নতুন দিল্লীত আৰম্ভ হোৱা ১৮ সংখ্যক ব্ৰিকছ সন্মিলন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হ'বলগীয়া গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক আলোচনাৰ ঠিক পূৰ্বে চীনৰ পৰা পৰা আহিছে ইতিবাচক...

২০৩০ৰ ভিতৰত আমাক সকলোকে ধ্বংস কৰিব AIয়ে; পদত্যাগৰ পিছতে চাঞ্চল্যকৰ মন্তব্য জেকবৰ

এগৰাকী ২৭ বছৰীয়া এআই গৱেষক জেকব কক্সনে এনথ্ৰোপিকৰ পৰা পদত্যাগ কৰি সামাজিক মাধ্যমত দিয়া মন্তব্যই বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যম এক্সযোগে লিখা...

ইউক্ৰেইনৰ ওপৰত পুনৰ ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; এজন ভাৰতীয়সহ ১২ জনৰ মৃত্যু

ইউক্ৰেইনৰ ৰাজধানী কীভ আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহত ৰাছিয়াৰ সেনাই পুনৰ কৰিছে ভয়ংকৰ আক্ৰমণ। সোমবাৰে নিশা ৰাছিয়াৰ সেনাই চলোৱা মিছাইল আৰু ড্ৰোণ আক্ৰমণত...

যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে ইৰাণৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

কিৰ্গিস্তানত অনুষ্ঠিত এছ চি অ’ শীৰ্ষ সন্মিলনৰ সময়ত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ পূৰ্বে ২০২৪ চনত...

নেপালৰ প্ৰলয়ংকাৰী বানত এতিয়াও সন্ধান নাই ৩২০ ভাৰতীয়ৰ

নেপালৰ প্ৰলয়ংকাৰী বানত এতিয়াও সন্ধানহীন হৈ আছে ৩২০ গৰাকী ভাৰতীয় পৰ্যটক। এইসকল ভাৰতীয় পৰ্যটকৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক স্থাপন কৰিব নোৱাৰা বুলি উল্লেখ কৰিছে...

১১টা জলবিদ্যুৎ প্ৰকল্প, ১৯খন দলং, ৪০ কিঃমিঃ পথ, ১০ৰো অধিক বেংক তচনচ…. নেপালত হাহাকাৰ

আজি তিব্বতৰ পৰা নামি অহা পানীৰ ঢলে নিমিষতে ধ্বংসলীলা চলালে নেপালত। প্ৰলয়ংকাৰী বানে উটুৱাই লৈ গ'ল কেইবাটাও পথ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং। বিদ্যুত উপাদনৰ...

প্ৰকৃতিৰ ৰোষত নেপাল; বহু লোকৰ সৈতে শোকাৱহ ঘটনা, ১০০ৰো অধিক ভাৰতীয় পৰ্যটক সন্ধানহীন

ৰুষ্ট প্ৰকৃতিৰ ৰোষত চুবুৰীয়া দেশ নেপাল। উত্তৰ নেপালৰ ৰছুৱাত হঠাতে অহা পানীৰ ঢলে দেশখনৰ কেইবাখনো জিলাত চলাইছে তাণ্ডৱ। পানীৰ প্ৰলয়ংকাৰী সোঁতত উটি গৈছে হাজাৰৰো...

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ আহিব ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান

ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া ব্ৰিকছ সন্মিলনৰ বাবে নতুন দিল্লীলৈ আহিব ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান। ইৰাণৰ উচ্চস্তৰীয় সূত্ৰৰ উদ্ধৃতিৰে সংবাদ সংস্থা এ এন আইয়ে ১৪...

RECENT ARTICLES