আন্তঃৰাষ্ট্ৰীয়
Breaking News
হৰমুজেৰে পাৰ হোৱা জাহাজৰ পৰা ‘মাচুল’ ল’ব ইৰাণে
ইৰাণে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক বাণিজ্যিক পথ হৰমুজ প্ৰণালী অতিক্ৰম কৰা জাহাজসমূহৰ ওপৰত সেৱা মাচুল আৰোপ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। চীনস্থিত ইৰাণৰ ৰাষ্ট্ৰদূত আব্দলৰেজা...
পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; মৃত্যু বহু লোকৰ
ইউক্ৰেইনৰ বিৰুদ্ধে পুনৰ ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে ৰাছিয়াই। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জানিব দিয়া অনুসৰি তেওঁলোকৰ সেনাই ইউক্ৰেইনৰ ৰাজধানী কিভৰ ভিন্ন স্থানত মিছাইল আৰু ড্ৰোনেৰ...
আয়াতুল্লাহ আলী খামেনেইৰ শেষকৃত্যলৈ আমন্ত্ৰণ বিজেপি আৰু কংগ্ৰেছক
আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণত মৃত্যু হোৱা ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ ৰাজহুৱা শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিবলৈ ইৰাণৰ তৰফৰ পৰা বিজেপি আৰু কংগ্ৰেছ দলৰ...
তিক্ততাপূৰ্ণ সম্পৰ্ক অৱসানৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু শ্বাহবাজ শ্বৰীফলৈ মুকলি পত্ৰ ১০০ৰো অধিক ব্যক্তিৰ
ভাৰত-পাকিস্তানৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা তিক্ততাপূৰ্ণ সম্পৰ্কৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্বাহবাজ শ্বৰীফলৈ এখন বিশেষ দাবী সম্বলিত পত্ৰ লিখিছে দুয়োখন...
আয়াতুল্লাহ আলী খামেনেইৰ শেষকৃত্যত অংশ ল’ব পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে
৪ জুলাইৰ পৰা আৰম্ভ হ'ব ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ স্মৃতি সভা। আগশাৰীৰ সংবাদ সংস্থা এ এন আইৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ...
পাক অধীকৃত জম্মু-কাশ্মীৰত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে চৰকাৰ বিৰোধী প্ৰতিবাদে
পাক অধীকৃত জম্মু-কাশ্মীৰত চলি থকা সাধাৰণ জনতাৰ প্ৰতিবাদে আজি ভৰি দিলে দশম দিনত। ঈদগাহ ময়দানত প্ৰায় ৬০-৭০ হাজাৰ লোক একত্ৰিত হৈ সাব্যস্ত কৰিছে প্ৰতিবাদ।...
আমেৰিকাৰে ঐতিহাসিক চুক্তিৰ পিছতেই প্ৰথমটো প্ৰতিক্ৰিয়া ইৰাণৰ, ক’লে- ‘এতিয়া সময়…’
বিগত কেইবা মাহ ধৰি চলা ৰক্তাক্ত সংঘৰ্ষৰ অন্তত শান্তি প্ৰতিষ্ঠাৰ বাবে আমেৰিকা আৰু ইৰাণৰ মাজত সম্পন্ন হ'ল বুজাবুজি চুক্তিত স্বাক্ষৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প...
আমেৰিকা-ইৰাণৰ শান্তি চুক্তিত উৎফুল্লিত ভাৰত, প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে- ‘মই এই চুক্তিক…’
আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা শান্তি চুক্তিক আদৰণি জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই চুক্তিৰ জৰিয়তে মধ্য প্ৰাচ্যৰ লগতে সমগ্ৰ বিশ্বত শান্তি আৰু স্থিৰতা...
‘আজি নিশা হ’ব ভয়ংকৰ আক্ৰমণ’, ইৰাণক সকীয়নি ড’নাল্ড ট্ৰাম্পৰ
শান্তি আলোচনাৰ চৰ্চাৰ মাজতেই আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ এবাৰ আৰম্ভ হৈছে ভয়ংকৰ যুদ্ধৰ উকমুকনি। শেহতীয়াকৈ ইৰাণৰ তৰফৰ পৰা মাৰ্কিন সেনা ঘাটিত চলোৱা আক্ৰমণৰ...
পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; মৃত্যু ৯জন লোকৰ
বিগত কেইবাবছৰো ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি আছে যুদ্ধ। দুয়োখন দেশে অব্যাহত ৰাখিছে আক্ৰমণ-প্ৰত্যাক্ৰমণ। এই যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাৰ মধ্যস্থতাত কেইবাবাৰো আলোচনা অনুষ্ঠিত...
লেবাননত ইজৰাইলী সেনাৰ প্ৰৱেশ; ৪৪ বছৰৰ পিছত বিউফ’ৰ্টত উৰিল ইজৰাইলৰ পতাকা
শান্তি চুক্তিক লৈ ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা আলোচনাৰ মাজতে ইজৰাইলৰ সৈন্য বাহিনীয়ে প্ৰৱেশ কৰিছে লেবাননত। ইজৰাইলৰ সৈন্য বাহিনীয়ে ৪৪ বছৰ পিছত পুনৰ...
পাকিস্তানত ভয়ংকৰ বিস্ফোৰণ; বেলুচ লিবাৰেশ্যন আৰ্মীয়ে উৰুৱায় দিলে জাফৰ এক্সপ্ৰেছ, ৩০ জনৰ মৃত্যু
পাকিস্তানৰ কুৱেটাত দেওবাৰে সংঘটিত হৈছে ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। বেলুচ লিবাৰেশ্যন আৰ্মী (বিএলএ)ৰ মাজিদ ব্ৰিগেডৰ এগৰাকী আত্মঘাতী বোমাৰুৱে জাফৰ এক্সপ্ৰেছক লক্ষ্য কৰি ভয়ংকৰ বিস্ফোৰণ ঘটায়।...
