মুখ্য পৃষ্ঠা

ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO য়ে শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰে EOS-05। এইটো হ'ল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ। এই উপগ্ৰহটো সফলতাৰে উৎক্ষেপণ কৰি ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক উল্লেখযোগ্য মাইলৰ খুঁটি...
শিক্ষানুষ্ঠানত মোবাইল ব্যৱহাৰ কৰি বৰ্খাস্ত হ'ল দুজনকৈ ছাত্ৰ। কলেজ চৌহদত মোবাইলৰ ব্যৱহাৰ আৰু ৰীলছ বনোৱাৰ অপৰাধত বৰপেটা জিলাৰ হাউলীৰ বি এইচ কলেজৰ দুজন ছাত্ৰক ১০ দিনৰ বাবে মহাবিদ্যালয়ৰ পৰা বৰ্খাস্ত কৰা হ'ল।মহাবিদ্যালয়খনত উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত ছাত্ৰ...

ৰাজধানীত ভয়াৱহ অগ্নিকাণ্ড; ২১ গৰাকীৰ কৰুণ মৃত্যু, মৃতকৰ অধিকাংশ বিদেশী

দেশৰ ৰাজধানী দিল্লীৰ মালবীয় নগৰ অঞ্চলস্থিত এটা ছমহলীয়া অট্টালিকাত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত ২১গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লোৱাৰ খবৰ আহিছে। আশংকা কৰা অনুসৰি মৃতকৰ...

বিতৰ্কৰ পিছতেই হঠাৎ ভাৰতীয় টেষ্ট দলত অন্তৰ্ভুক্ত এইগৰাকী বেগী বলাৰ

৬ জুন অৰ্থাত শনিবাৰৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া একমাত্ৰ টেষ্ট মেচখনৰ পূৰ্বে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। মেচখনৰ চাৰিদিন পূৰ্বে হঠাতে ভাৰতীয় দলত...

পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; মৃত্যু ৯জন লোকৰ

বিগত কেইবাবছৰো ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি আছে যুদ্ধ। দুয়োখন দেশে অব্যাহত ৰাখিছে আক্ৰমণ-প্ৰত্যাক্ৰমণ। এই যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাৰ মধ্যস্থতাত কেইবাবাৰো আলোচনা অনুষ্ঠিত...

চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে দায়িত্ব গ্ৰহণ এন এছ ৰাজা সুব্ৰমণিৰ

জেনেৰেল এন এছ ৰাজা সুব্ৰমণিয়ে ৩১ মে’ অৰ্থাত দেওবাৰে দেশৰ তৃতীয় চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে দায়িত্ব গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে...

লেবাননত ইজৰাইলী সেনাৰ প্ৰৱেশ; ৪৪ বছৰৰ পিছত বিউফ’ৰ্টত উৰিল ইজৰাইলৰ পতাকা

শান্তি চুক্তিক লৈ ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা আলোচনাৰ মাজতে ইজৰাইলৰ সৈন্য বাহিনীয়ে প্ৰৱেশ কৰিছে লেবাননত। ইজৰাইলৰ সৈন্য বাহিনীয়ে ৪৪ বছৰ পিছত পুনৰ...

কোটি কোটি ক্ৰিকেট অনুৰাগীৰ হৃদয়ত এতিয়া ‘ৱাণ্ডাৰ কিড’ বৈভৱ

বয়স মাত্ৰ ১৫ বছৰ। কিন্তু হাতত বেটখন লৈ খেলপথাৰত নমাৰ লগে লগে কম্পিত হয় বিশ্বৰ বাঘা বাঘা বেগী বলাৰৰ বলিং স্পাইক। গুলীৰ বেগত অহা...

মন্দিৰত আপত্তিজনক সামগ্ৰী উদ্ধাৰক লৈ উত্তেজনা; মোতায়েন বিশাল আৰক্ষী বাহিনী

শ্রীভূমি জিলাৰ আনিপুৰ অঞ্চলৰ এটা শিৱ মন্দিৰৰ প্ৰণামী বাকচৰ ওপৰত গৰুৰ কটা মূৰ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। সাম্প্ৰদায়িক...

ভিনেশ ফোগাটলৈ সকাহ… এছিয়ান গেমছৰ ট্ৰায়েলত অংশ লোৱাৰ অনুমতি সৰ্বোচ্চ ন্যায়ালয়ৰ

অহা ৩০ আৰু ৩১ মে'ত অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছৰ বাছনি পৰীক্ষা বা ট্ৰায়েলত অংশ ল'ব পাৰিব দেশৰ তাৰকা মল্লযুঁজাৰু ভিনেশ ফোগাটে। দিল্লী উচ্চ ন্যায়ালয়ৰ...

কেৰালামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পি বিজয়নৰ বাসগৃহত অভিযান চলোৱা EDৰ বিষয়াৰ ওপৰত আক্ৰমণ

কেৰালামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ বাসগৃহত অভিযান চলোৱা EDৰ এটা দলক পিনাৰাইৰ সমৰ্থকে ভয়ংকৰ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰৰ পৰা...

SIR সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়া সন্দৰ্ভত আজি সৰ্বোচ্চ ন্যায়ালয়ে এক ডাঙৰ ৰায় প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে নিৰ্বাচন আয়োগৰ SIR...

ভাৰতত এণ্ট্ৰি কৰ’ণাতকৈও বিপদজনক ভাইৰাছ ইব’লা!

আফ্ৰিকাত কৰ'ণাতকৈও ভয়াৱহ ইব'লা ভাইৰাছৰ সংক্ৰমণৰ মাজতে উগাণ্ডাৰ পৰা উভতি অহা এগৰাকী মহিলাক বাংগালুৰুৰ এখন চৰকাৰী হাস্পতালত পৰ্যবেক্ষণৰ বাবে আইছ'লেট কৰা হৈছে। মহিলাগৰাকীৰ শৰীৰত...

অনুপ্ৰৱেশকাৰীক লৈ কঠোৰ পদক্ষেপ অমিত শ্বাহৰ; গঠন হ’ল উচ্চস্তৰীয় সমিতি

দেশত অভাৱনীয়ভাৱে বৃদ্ধি পোৱা অনুপ্ৰৱেশকাৰী সমস্যা প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মঙলবাৰে দেশৰ গৃহ মন্ত্ৰালয়ে জনগাঁথনি পৰিৱৰ্তন সন্দৰ্ভত এখন উচ্চস্তৰীয়...

RECENT ARTICLES