ৰাষ্ট্ৰীয়

ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO য়ে শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰে EOS-05। এইটো হ'ল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ। এই উপগ্ৰহটো সফলতাৰে উৎক্ষেপণ কৰি ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক উল্লেখযোগ্য মাইলৰ খুঁটি...
শিক্ষানুষ্ঠানত মোবাইল ব্যৱহাৰ কৰি বৰ্খাস্ত হ'ল দুজনকৈ ছাত্ৰ। কলেজ চৌহদত মোবাইলৰ ব্যৱহাৰ আৰু ৰীলছ বনোৱাৰ অপৰাধত বৰপেটা জিলাৰ হাউলীৰ বি এইচ কলেজৰ দুজন ছাত্ৰক ১০ দিনৰ বাবে মহাবিদ্যালয়ৰ পৰা বৰ্খাস্ত কৰা হ'ল।মহাবিদ্যালয়খনত উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত ছাত্ৰ...

ড্ৰাইভিং লাইচেন্সক লৈ চৰকাৰৰ নতুন নিয়ম, জানক সবিশেষ…

গাড়ী চলোৱাৰ সময়ত সকলো চালকৰ বাবে যান-বাহনৰ নিয়ম মানি চলাটো অতি প্ৰয়োজনীয়। কিন্তু আজিও যান-বাহনৰ নিয়ম অমান্য কৰা চালক আছে। যদি আপুনিও গাড়ী চলোৱাৰ...

খচৰা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন সাংসদ ৰাঘৱ চাদ্দাৰ, AAP চৰকাৰক তীব্ৰ সমালোচনা

আম আদমী পাৰ্টি ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাৰ নাম পঞ্জাৱৰ খচৰা ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে। এই কথা স্বয়ং...

ৰাম মন্দিৰৰ CEO ঘোষণা; এয়াৰ মাৰ্শ্বাল জীতেন্দ্ৰ মিশ্ৰই লাভ কৰিলে এই গুৰু দায়িত্ব

ৰাম মন্দিৰে লাভ কৰিলে প্ৰথমগৰাকী CEO। ৰাম মন্দিৰ তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ প্ৰথমগৰাকী CEOৰূপে নিযুক্তি দিয়া হৈছে বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল জীতেন্দ্ৰ মিশ্ৰক। ইয়াৰ...

কৃষক আৰু শিক্ষক সকলক লৈ মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ ঘোষণা

কৃষক আৰু শিক্ষক সমাজক লৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে বিধানসভাত কৰিছে এক ডাঙৰ ঘোষণা। ২০২১ চনৰ পৰা ২০২৬ চনৰ এপ্ৰিল মাহৰ ভিতৰত জীৱিকা, অধিকাৰ...

‘অনাহকত ক্ৰয় নকৰিব সোণ’, GDP বৃদ্ধিত দেশবাসীলৈ বিশেষ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

দেশৰ অৰ্থনীতিৰ বাবে ভাল খবৰ। ৭.৮ শতাংশলৈ বৃদ্ধি পালে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (GDP)। এই অভাৱনীয় বৃদ্ধিৰ বাবে দেশবাসীক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

‘বিদেশত ঐক্য আৰু ইয়াত…’, মোহন ভাগৱতক কটাক্ষ অখিলেশ যাদৱৰ

আমেৰিকাত দিয়া এটা বক্তব্যক লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতক সমালোচনাৰ লক্ষ্য কৰি লৈছে সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অখিলেশ যাদৱে। নিউয়ৰ্কত অনুষ্ঠিত 'এক...

নেপালৰ প্ৰলয়ংকাৰী বানত এতিয়াও সন্ধান নাই ৩২০ ভাৰতীয়ৰ

নেপালৰ প্ৰলয়ংকাৰী বানত এতিয়াও সন্ধানহীন হৈ আছে ৩২০ গৰাকী ভাৰতীয় পৰ্যটক। এইসকল ভাৰতীয় পৰ্যটকৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক স্থাপন কৰিব নোৱাৰা বুলি উল্লেখ কৰিছে...

কানপুৰত দুৰ্ঘটনাত পতিত বিমান; দুজনৰ মৃত্যু

বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ কানপুৰত অনুশীলনৰত এখন বিমান দুৰ্ঘটনাত পতিত হৈ দুজন লোকৰ মৃত্যু হয়। কানপুৰ আৰক্ষী আয়ুক্ত ৰঘুবীৰ লালে এই কথা নিশ্চিত কৰে। আৰক্ষী...

চাঞ্চল্যকৰ ঘটনা… কোঠাৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ ৫ জন লোকৰ মৃতদেহ

অন্ধ্ৰপ্ৰদেশত সংঘটিত হৈছে এক চাঞ্চল্য়কৰ ঘটনা। ৰাজ্যখনৰ মল্লিকাৰ্জুন স্বামী মন্দিৰৰ সমীপৰ এটা বাসগৃহত উদ্ধাৰ হৈছে এটা পৰিয়ালৰে পাঁচজন সদস্যৰ মৃতদেহ। এই ঘটনাটোক সমূহীয়া আত্মহত্যা...

‘এইটো জাতিগত লোকপিয়ল নহয়, ই এটা প্ৰৱঞ্চনা…’, কেন্দ্ৰক সমালোচনা কংগ্ৰেছৰ

সংৰক্ষণ বিৰোধী আন্দোলনৰ মাজতে কংগ্ৰেছ দলে এইবাৰ জাতি লোকপিয়লৰ বিষয়ক লৈ সৰৱ হৈ পৰিছে। কেন্দ্ৰ চৰকাৰে সঠিকভাৱে জাতিগত লোকপিয়ল কৰিব নিবিচৰাৰ অভিযোগ উত্থাপন কৰিছে...

CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ বিৰুদ্ধে গোচৰ ৰুজু

মহাৰাষ্ট্ৰৰ লাটুৰৰ চৰকাৰী বিদ্যালয়ত প্ৰৱেশ কৰি এক অনাকাংক্ষিত পৰিৱেশ আৰু শৈক্ষিক কাম-কাজত ব্যাঘাত জন্মোৱাৰ অভিযোগত CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে, অজিংক্য শিণ্ডেকে ধৰি চাৰি-পাঁচজন লোকৰ...

তেলেংগানাত ভয়ংকৰ বিস্ফোৰণ; ঔষধ কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণত দুজন শ্ৰমিকৰ মৃত্য়ু, ১০ জন আহত

তেলেংগানাৰ য়াদাদ্ৰী ভুৱনগিৰি জিলাৰ হেজিত শনিবাৰে এটা ঔষধ কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণত ১০ জন শ্ৰমিক আহত হোৱাৰ লগতে দুজন শ্ৰমিক নিহত হয়। ভূদান পোচমপল্লী মণ্ডলৰ...

RECENT ARTICLES