অসম

ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO য়ে শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰে EOS-05। এইটো হ'ল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ। এই উপগ্ৰহটো সফলতাৰে উৎক্ষেপণ কৰি ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক উল্লেখযোগ্য মাইলৰ খুঁটি...
শিক্ষানুষ্ঠানত মোবাইল ব্যৱহাৰ কৰি বৰ্খাস্ত হ'ল দুজনকৈ ছাত্ৰ। কলেজ চৌহদত মোবাইলৰ ব্যৱহাৰ আৰু ৰীলছ বনোৱাৰ অপৰাধত বৰপেটা জিলাৰ হাউলীৰ বি এইচ কলেজৰ দুজন ছাত্ৰক ১০ দিনৰ বাবে মহাবিদ্যালয়ৰ পৰা বৰ্খাস্ত কৰা হ'ল।মহাবিদ্যালয়খনত উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত ছাত্ৰ...

শ্বিলং কাণ্ডক লৈ শৃংখলৰ হুংকাৰ… ক’লে, ‘অসমীয়া জাতি মাৰ খাই বহি থকা জাতি নহয়’

বুধবাৰে মেঘালয়ৰ ৰাজধানী শ্বিলঙত প্ৰতিবাদৰ নামত খাচী ছাত্ৰ সন্থা (KSU)ই অসমৰ বাহন আৰু পৰ্যটকৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ পিছতে উত্তপ্ত হৈ পৰিছে অসম-মেঘালয়ৰ সীমান্ত...

কোচিং চেণ্টাৰকে ধৰি হিমন্ত কেবিনেটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই...

BTR চুক্তি, বান সমস্যাক লৈ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ UPPL প্ৰতিনিধিৰ

ৰাজ্যসভাৰ সাংসদ তথা UPPL দলৰ মুৰব্বী প্ৰমোদ বড়ো নেতৃত্বাধীন এটা প্ৰতিনিধি দলে সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰে। সাক্ষাতৰ সময়ত UPPLৰ প্ৰতিনিধি দলটোৱে...

অসমক সহায়ৰ বাবে আগবাঢ়ি আহিল পশ্চিম বংগ; ১০ কোটি টকাৰ অৰ্থ সাহায্য প্ৰদানৰ ঘোষণা

বান বিধ্বস্ত অসমক সহায় কৰিবলৈ আগবাঢ়ি আহিল পশ্চিম বংগ চৰকাৰ। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অসমৰ বানাক্ৰান্ত লোকক সহায় কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ...

বানে কিমান ক্ষতি কৰিলে উজনিত… ১০ ছেপ্তেম্বৰৰ ভিতৰত স্পষ্ট হ’ব ছবি

শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ১০ ছেপ্টেম্বৰৰ ভিতৰত অসমৰ বানপানীৰ ফলত হোৱা মুঠ ক্ষতি আৰু লোকচানৰ পৰিমাণৰ স্পষ্ট মূল্যায়ন হ’ব। তেওঁ...

কাছাৰত ভয়ংকৰ ঘটনা; পানীৰ টেংকি চাফা কৰিবলৈ গৈ মৃত্যু ৪ শ্ৰমিকৰ

কাছাৰৰ নিজ জয়নগৰ কুমাৰপাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। পানীৰ টেংকি চাফা কৰিবলৈ গৈ মৃত্যুক সাৱটি ল'লে চাৰিগৰাকী শ্ৰমিকে। ভয়ংকৰ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি...

যোৰহাটৰ বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

উজনি অসমত সৃষ্টি হোৱা বিভীষিকাময় বান পৰিস্থিতিৰ বুজ ল'বলৈ আজি যোৰহাট জিলাৰ উত্তৰ-পশ্চিম যোৰহাটৰ শ'লমৰাত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ভোগদৈ...

পুনৰ উত্তপ্ত অসম-অৰুণাচল সীমান্ত; অৰুণাচলী দুৰ্বৃত্তৰ গুলীত আহত এজন

সংঘাত বৃদ্ধি পাইছে অসম-অৰুণাচল সীমান্তত। এইবাৰ গহপুৰৰ অসম-অৰুণাচল সীমান্তৰ ৰাজগড়ৰ কৰৈগুৰীত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। অৰুণাচলী দুৰ্বৃত্তই চলোৱা গুলীত এজন লোক গুৰুতৰভাৱে আহত হোৱা...

খেলি থকা সময়তে কণমানি তিনিজনীৰ ওপৰত বাগৰিল 𝐌𝐆𝐍𝐑𝐄𝐆𝐀ৰ ফলক; দুটি শিশুৰ কৰুণ মৃত্যু

নগাঁও জিলাৰ বটদ্ৰৱাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। অঞ্চলটোৰ ধনীয়াভেটিত 𝐌𝐆𝐍𝐑𝐄𝐆𝐀ৰ চৰকাৰী আঁচনিৰ তথ্য সম্বলিত পকী নাম-ফলক বাগৰি দুটি কণমানিয়ে কৰুণ মৃত্যুক আকোৱালি লয়।...

হাজাৰ-হাজাৰ গুণমুগ্ধক শোকসাগৰত পেলাই অজান দেশলৈ অভিনেত্ৰী পূৰৱী শৰ্মা

অসমৰ চলচ্চিত্ৰ জগতৰ বাবে দুঃখবৰ। হাজাৰ-হাজাৰ গুণমুগ্ধক শোকসাগৰত পেলাই অজান দেশলৈ গ'ল জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মা। মঙলবাৰে সন্ধিয়া প্ৰায় ৭.৩০ মান বজাত হঠাত অসুস্থ...

অসমত ‘বিদেশী’ ঘোষণা কৰা ২৭ গৰাকী লোকলৈ সকাহ; গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ বাতিল সৰ্বোচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৭ গৰাকী নাগৰিকক বিদেশী বুলি ঘোষণা কৰা নিৰ্দেশ বাতিল কৰিছে উচ্চতম ন্যায়ালয়ে। সোমবাৰে উচ্চতম ন্যায়ালয়ে ২৭ গৰাকী আবেদনকাৰীৰ আবেদনক অনুমতি প্ৰদান...

পি জি আৰ-ভি জি আৰ ভূমিত উচ্ছেদ চলোৱাৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ

ৰাজ্যত তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠনৰ পিছতেই উচ্ছেদৰ দাবী তীব্ৰতৰ হৈ উঠিছে পাৰ্ব্যত্য অঞ্চলত। অবৈধভাৱে দখল কৰি থকা পিজিআৰ-ভিজিআৰৰ পৰা উচ্ছেদ চলোৱাৰ দাবীত ডিফুৰ...

RECENT ARTICLES