খেল

ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO য়ে শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰে EOS-05। এইটো হ'ল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ। এই উপগ্ৰহটো সফলতাৰে উৎক্ষেপণ কৰি ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক উল্লেখযোগ্য মাইলৰ খুঁটি...
শিক্ষানুষ্ঠানত মোবাইল ব্যৱহাৰ কৰি বৰ্খাস্ত হ'ল দুজনকৈ ছাত্ৰ। কলেজ চৌহদত মোবাইলৰ ব্যৱহাৰ আৰু ৰীলছ বনোৱাৰ অপৰাধত বৰপেটা জিলাৰ হাউলীৰ বি এইচ কলেজৰ দুজন ছাত্ৰক ১০ দিনৰ বাবে মহাবিদ্যালয়ৰ পৰা বৰ্খাস্ত কৰা হ'ল।মহাবিদ্যালয়খনত উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত ছাত্ৰ...

পেচাদাৰী ক্ৰিকেটত মহম্মদ ছামীয়ে ৰচিলে ইতিহাস

দুলীপ ট্ৰফীৰ ছেমি ফাইনেলৰ প্ৰথম দিনটোতে বেগী বলাৰ মহম্মদ ছামীয়ে ৰচিলে ইতিহাস। মেচখনত দুটা উইকেট দখল কৰাৰ লগে লগে প্ৰফেশ্যনেল কেৰিয়াৰত ৯০০ উইকেট দখল...

অধিনায়কত্ব হেৰুওৱাৰ পিছত কি কথাই মনত আঘাত দিছিল সূৰ্যকুমাৰ যাদৱক?

সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতে যেতিয়া ২০২৬ চনৰ টি-২০ বিশ্বকাপ দখল কৰিছিল, তেতিয়া হয়টো কোনো ভাৰতীয় অনুৰাগীয়ে কল্পনাও কৰা নাছিল যে বিশ্বকাপ জয়ী কৰোৱা সূৰ্যকুমাৰক...

সোনল দিনুষাই কাঢ়ি নিলে ভাৰতৰ পৰা বিজয়, ড্ৰ ৰূপে সমাপ্ত কলম্বো টেষ্ট

ড্ৰ ৰূপে সমাপ্ত হ'ল কলম্বো টেষ্ট। ঘৰুৱা দল শ্ৰীলংকাই ৯টা উইকেটৰ বিনিময়ত ৪২৯ ৰান সংগ্ৰহ কৰাৰ পিছতে দ্বিতীয় ইনিংছ ঘোষণা কৰাত ড্ৰ ৰূপে সমাপ্ত...

হকী বিশ্বকাপত পাকিস্তানক ধূলিসাৎ ভাৰতৰ; ৫-০ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ভাৰতৰ

নেদাৰলেণ্ডছত চলি থকা হকী বিশ্বকাপৰ পুল ডিৰ এখন ৰোমাঞ্চকৰ মেচত পাকিস্তানক ৫-৩ গ’লৰ ব্যৱধানত পৰাস্ত কৰিলে ভাৰতে। ১৬ বছৰৰ অপেক্ষাৰ অন্তত দুয়োটা দলৰ মাজত...

মানৱৰ ‘ঘূৰ্ণি’ত বিধ্বস্ত সিংহলী বাহিনী; প্ৰথম টেষ্টত ১৬৫ ৰানত জয় ভাৰতৰ

টীম ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে ১৬৫ ৰানত জয় লাভ কৰিছে। জয়ৰ বাবে বান্ধি দিয়া ৩৭২ ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত...

টেষ্ট ক্ৰিকেটত ঋষভ পন্তে ৰচিলে ইতিহাস; এই অভিলেখ গঢ়া প্ৰথমগৰাকী ভাৰতীয়

শ্ৰীলংকাৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰতৰ উইকেট কীপাৰ বেটাৰ ঋষভ পন্তে ৰচিলে ইতিহাস। গালে টেষ্টৰ দ্বিতীয় ইনিংছত দুটা ছয় কোবোৱাৰ লগে...

অষ্ট্ৰেলিয়াত বাংলাদেশৰ ঐতিহাসিক বিজয়, কেংগাৰু বাহিনীক ৯ উইকেটত পৰাস্ত কৰি ৰচিলে ইতিহাস

অষ্ট্ৰেলিয়াৰ ডাৰ্ৱিণত ইতিহাস ৰচিলে বাংলাদেশ ক্ৰিকেট দলে। মোমিনুল হকৰ বাউণ্ডেৰীৰ সহায়ত আলহী দলটোৱে প্ৰথমখন টেষ্টত শক্তিশালী অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াৰ ভূমিত বাংলাদেশৰ...

টেষ্ট ক্ৰিকেটত মিচেল ষ্টাৰ্কৰ ইতিহাস; চেৰ পেলালে আক্ৰাম, হেৰাথক

অষ্ট্ৰেলিয়া আৰু বাংলাদেশৰ মাজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ আজিৰ পৰা ডাৰ্বিনৰ মাৰাৰা ক্ৰিকেট গ্ৰাউণ্ডত আৰম্ভ হৈছে। মেচখনৰ প্ৰথম দিনৰ খেল সমাপ্ত হোৱাৰ কিছু সময়...

ভাৰতীয় দলৰ বাবে আন এক মোক্ষম আঘাত… টেষ্ট শৃংখলাৰ পৰা বাহিৰ এইগৰাকী তাৰকা বেটাৰ

শ্ৰীলংকা ভ্ৰমণলৈ যোৱা ভাৰতীয় দলত আন এক মোক্ষম আঘাত। যশপ্ৰীত বুমৰাহৰ পিছত এইবাৰ ভাৰতীয় দলৰ পৰা বাহিৰ হ'ল ছাই সুদৰ্শন। ভৰিৰ আঙুলিত পোৱা আঘাতৰ...

ভাৰত-শ্ৰীলংকা প্ৰথম টেষ্টৰ পূৰ্বে আৰু এগৰাকী তাৰকা ক্ৰিকেটাৰ বাহিৰ

১৫ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া টেষ্ট শৃংখলাৰ পূৰ্বে ভাৰত আৰু শ্ৰীলংকাৰ মাজত শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব প্ৰস্তুতিমূলক মেচ। ইতিমধ্যে শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই ভাৰতীয়...

গ্লাছগো কমনৱেলথ গেমছত স্বৰ্ণ জিনি ইতিহাস ৰচিলে চাইকেল মেকানিকৰ কন্যাই

ভাৰতীয় ক্ৰীড়াৰ ইতিহাসৰ সোণালী পৃষ্ঠাত নাম লিপিবদ্ধ কৰিলে অস্মিতা দেই। কমনৱেলথ গেমছৰ জুডো ইভেণ্টত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় জুডোকা হিচাপে পৰিগণিত হ'ল অস্মিতা।...

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় আজিংক্য ৰাহানেৰ

বিদেশৰ ভূমিত কেইবাটাও দৰ্শনীয় ইনিংছ খেলা ভাৰতীয় দলৰ অভিজ্ঞ ক্ৰিকেটাৰ আজিংক্য ৰাহানেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট তথা ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ২০১৩ চনৰ...

RECENT ARTICLES