খেল
Breaking News
অন্ত পৰিল অভিষেকৰ আধিপত্য; টি-২০ ৰেংকিঙৰ শীৰ্ষস্থানত অধিষ্ঠিত হ’ল ঈষান কিষাণ
প্ৰত্যাৱৰ্তনৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই অহাৰ পুৰস্কাৰ লাভ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কীপাৰ বেটাৰ ঈষান কিষাণে। বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে...
টেষ্ট ক্ৰিকেটত সৰ্ববৃহৎ বিজয় জিম্বাব’ৱেৰ; বাংলাদেশক পৰাস্ত কৰি ৰচিলে ইতিহাস
বাংলাদেশক পৰাস্ত কৰি টেষ্ট ক্ৰিকেটত ইতিহাস ৰচিলে জিম্বাব'ৱে দলে। দুয়োখন দেশৰ মাজত অনুষ্ঠিত হোৱা একমাত্ৰ টেষ্ট মেচখনত ঘৰুৱা দলটোৱে বাংলাদেশক এক ইনিংছ আৰু ৮৫...
এদিনীয়া ক্ৰিকেটত কেইবাটাও অভিলেখ শুভমন গিলৰ
আফগানিস্তানৰ বিৰুদ্ধে চলি থকা তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতীয় অধিনায়ক শুভমন গিলে শতকীয় ইনিংছ খেলি কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। অধিনায়ক হিচাপে...
ফুটবল বিশ্বকাপৰ মাজতেই দুঃখবৰ; দেহাৱসান ঘটিল বিশ্বকাপ জয়ী এইগৰাকী তাৰকাৰ
ফিফা বিশ্ব কাপ ২০২৬ আৰম্ভ হোৱাৰ সময়তে ফুটবল অনুৰাগীৰ বাবে আহিল এটা দুঃখবৰ। ব্ৰাজিলৰ বিশ্ব কাপ জয়ী দলৰ সদস্য তথা কিম্বদন্তী ফুটবলাৰ ব্ৰিটোৰ দেহাৱসান।...
ফিফাই ঘোষণা কৰিলে পুৰস্কাৰৰ ধন; চেম্পিয়ন দলে লাভ কৰা ধনৰ পৰিমান জানি হ’ব আচৰিত…
আজিৰ পৰা আৰম্ভ হ’ব ফুটবল বিশ্বকাপ। আমেৰিকা, কানাডা আৰু মেক্সিকোৰ দ্বাৰা আয়োজিত এইবাৰৰ ফুটবল মহাৰণত মুঠ ৪৮টা দলে অংশগ্ৰহণ কৰিব। বিশ্বকাপৰ উদ্বোধনী মেচখনৰ বাবে...
অপেক্ষা ১১ জুন : অসমতো ফুটবল প্ৰেমীৰ মাজত বিশ্বকাপৰ উত্তাপ
সম্পূৰ্ণ হৈ উঠিছে ফুটবল মহাযুদ্ধৰ আয়োজন। আমেৰিকা, মেক্সিকো আৰু কানাডাৰ কেইবাখনো চহৰ নগৰ প্ৰায় এমাহ ধৰি ফুটবল উন্মাদনাত নিমজ্জিত হৈ থাকিব। সুসজ্জিত মেক্সিকো চহৰৰ...
ভাৰতীয় টি-২০ দল ঘোষণা; শ্ৰেয়াছ আয়াৰক অধিনায়কৰ দায়িত্ব, দলত স্থান লাভ বৈভৱ সূৰ্যবংশীৰ
আয়াৰলেণ্ড, ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টি-২০ শৃংখলাৰ লগতে এছিয়ান গেমছৰ বাবে বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতীয় টি-২০ দল। সূৰ্যকুমাৰ যাদৱক টি-২০ দলৰ অধিনায়কৰ দায়িত্বৰ পৰা...
ভাৰতীয় শিৱিৰত মোক্ষম আঘাত; এদিনীয়া শৃংখলাৰ পৰা বাহিৰ বিৰাট কোহলী
ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ পূৰ্বে ভাৰতীয় দল আৰু কোটি কোটি ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এক বেয়া খবৰ। হেমষ্ট্ৰিঙৰ...
বিতৰ্কৰ পিছতেই হঠাৎ ভাৰতীয় টেষ্ট দলত অন্তৰ্ভুক্ত এইগৰাকী বেগী বলাৰ
৬ জুন অৰ্থাত শনিবাৰৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া একমাত্ৰ টেষ্ট মেচখনৰ পূৰ্বে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। মেচখনৰ চাৰিদিন পূৰ্বে হঠাতে ভাৰতীয় দলত...
কোটি কোটি ক্ৰিকেট অনুৰাগীৰ হৃদয়ত এতিয়া ‘ৱাণ্ডাৰ কিড’ বৈভৱ
বয়স মাত্ৰ ১৫ বছৰ। কিন্তু হাতত বেটখন লৈ খেলপথাৰত নমাৰ লগে লগে কম্পিত হয় বিশ্বৰ বাঘা বাঘা বেগী বলাৰৰ বলিং স্পাইক। গুলীৰ বেগত অহা...
ভিনেশ ফোগাটলৈ সকাহ… এছিয়ান গেমছৰ ট্ৰায়েলত অংশ লোৱাৰ অনুমতি সৰ্বোচ্চ ন্যায়ালয়ৰ
অহা ৩০ আৰু ৩১ মে'ত অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছৰ বাছনি পৰীক্ষা বা ট্ৰায়েলত অংশ ল'ব পাৰিব দেশৰ তাৰকা মল্লযুঁজাৰু ভিনেশ ফোগাটে। দিল্লী উচ্চ ন্যায়ালয়ৰ...
ৰান মেচিন বনাম প্লে অফৰ চাপ; ধৰ্মশালাত সলনি হ’ব নে কোহলীৰ নক-আউট ৰেকৰ্ড
মঙলবাৰে চলিত আই পি এলৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলপথৰত নামিব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। এই খেলখন ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট সন্থা ষ্টেডিয়ামত অনুষ্ঠিত...
