খেল
Breaking News
টেষ্ট ক্ৰিকেটত চমৎকাৰ; পাকিস্তানৰ বিৰুদ্ধে জাষ্টিন গ্ৰীভছে ৰচিলে ইতিহাস
পাকিস্তানৰ বিৰুদ্ধে চলি থকা টেষ্ট মেচত এক বিৰল অভিলেখৰ গৰাকী হ'ল ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ জাষ্টিন গ্ৰীভছ। টেষ্ট ক্ৰিকেটৰ ইতিহাসত একেৰাহে ৫টা উইকেট-মেডেন অভাৰ বলিং...
বৈভৱ সূৰ্যবংশীয়ে ভংগ কৰিলে শচীন তেণ্ডুলকাৰৰ দীৰ্ঘদিনীয়া অভিলেখ
শনিবাৰে বিহাৰৰ ১৫ বছৰীয়া ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে ভাৰতীয় ক্ৰিকেট ইতিহাসত লিপিবদ্ধ কৰিলে এক নতুন অধ্যায়। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অৰ্ধশতক অৰ্জন কৰা বিশ্বৰ আটাইতকৈ কম...
বিয়াৰ প্ৰলোভনেৰে মহিলাৰ সৈতে কুকৰ্ম অভিষেক পোৰেলৰ; শীঘ্ৰে হ’ব গ্ৰেপ্তাৰ
বিতৰ্কত নাম সাঙোৰ খাইছে ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ এগৰাকী প্ৰতিভাশালী উইকেটকীপাৰ বেটাৰ অভিষেক পোৰেলৰ। এগৰাকী মহিলাই ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে বিয়াৰ প্ৰলোভন দি কুকৰ্ম কৰাৰ অভিযোগ উত্থাপন...
ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন মেচৰ বাবে হঠাৎ সলনি ভাৰতীয় দল
ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা এদিনীয়া শৃংখলাৰ অন্তিম তথা তৃতীয়খন এদিনীয়াৰ বাবে কিছু সালসলনি ঘটিছে ভাৰতীয় দলত। আঘাতপ্ৰাপ্ত অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰৰ ঠাইত তৃতীয়খন এদিনীয়াৰ বাবে...
লৰ্ডছেই হ’ব নেকি ৰোহিত শৰ্মাৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিমখন মেচ…
এদিনীয়া ক্ৰিকেটৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত খোজ দিয়া ৰোহিত শৰ্মাই এদিনীয়া মেচৰ জৰিয়তেই বিদায় জনাব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক। ইংলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক লৰ্ডছত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া শৃংখলাৰ...
গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি কোহলী আৰু ৰোহিতে ৰচিলে ইতিহাস
ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তিনিখন মেচৰ শৃংখলাৰ দ্বিতীয়খন এদিনীয়াত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই এক বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হয়। ভাৰতৰ হৈ ক্ৰিকেটৰ তিনিওটা...
ক্ৰিকেটৰ ‘মক্কা’ লৰ্ডছত ভাৰতীয় মহিলা দলৰ ঐতিহাসিক বিজয়; ২৭০ ৰানত পৰাস্ত ইংলেণ্ড
ইতিহাসৰ পাতত খোদিত হ'ল ভাৰতীয় মহিলা ক্ৰিকেট দলৰ নাম। ৪০ বছৰ পূৰ্বে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তেতিয়াৰ অধিনায়ক ডায়েনা এদুলজীক ঐতিহাসিক লৰ্ডছ খেলপথাৰৰ পেভেলিয়নত...
কোনে দাঙিব বিশ্বকাপৰ সোণালী ট্ৰফী? ছেমি ফাইনেলৰ পূৰ্বে আহি গ’ল ডাঙৰ ভৱিষ্যদ্বাণী
আমেৰিকাসহ তিনিখন দেশত আয়োজিত ফিফা বিশ্বকাপ ২০২৬ৰ খিতাপ কোনে দখল কৰিব তাক লৈ আহিছে ডাঙৰ ভৱিষ্যদ্বাণী। ফুটবল বিশ্বকাপৰ খিতাপ দখল কৰাটো কোনো সাধাৰণ কথা...
ক্ৰিষ্টিয়ানো ৰোনাল্ডোক লৈ আবেগ-বিহ্বল প’ষ্ট ক্ৰিকেটাৰ মহম্মদ ছিৰাজৰ
চলিত ফুটবল বিশ্বকাপৰ পৰা অপ্ৰত্যাশিতভাৱে পৰ্তুগাল বাহিৰ হোৱাৰ পিছতে ফুটবলৰ মহানায়ক ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ বাবে সামাজিক মাধ্যমত আবেগিক প'ষ্ট কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ...
আফগানিস্তানৰ প্ৰাক্তন তাৰকা বেগী বলাৰৰ নিধন; দীৰ্ঘধিন ধৰি ভাৰতত চলি আছিল চিকিৎসা
বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ বাবে দুঃখবৰ। আফগানিস্তানৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ শ্বাপুৰ জাদৰানৰ দেহাৱসান। দীৰ্ঘদিন ধৰি গুৰুতৰ স্বাস্থ্যজনিত সমস্যাত ভুগি থকাৰ পিছত আজি ক্ৰিকেটাৰগৰাকীয়ে শেষ নিশ্বাস...
জিম্বাব’ৱেৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; বাহিৰ হ’ল সঞ্জু ছেমছন
জিম্বাব'ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টি-২০ শৃংখলাৰ বাবে ঘোষণা কৰিলে ভাৰতীয় দল। সকলোকে আচৰিত কৰি ভাৰতীয় দলৰ নিৰ্বাচকে দলত স্থান প্ৰদান নকৰিলে সঞ্জু ছেমছনক। তিনিখন...
কিম্বদন্তী পেলেৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে হেৰী কেনে; কংগোক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ ইংলেণ্ডৰ
ফুটবলৰ ৰোমান্স শিখৰত। সেউজীয়া ঘাঁহনিত চলা ফুটবলৰ মহাযুদ্ধত এজনৰ পিছত আন এজন যোদ্ধাই দেখুৱাইছে পৰাক্ৰম। মেছী, কিলিয়ান এমবাপে, ক্ৰিষ্টিয়ানো ৰোনাল্ডো, হালাণ্ডৰ পিছত এইবাৰ চমক...
