বিপদ বাঢ়িছে TMCৰ নেতাৰ মাজত
TMC নেতাৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযান শুভেন্দু অধিকাৰীৰ
সাংসদ অভিষেক বেনাৰ্জীৰ সম্পত্তিৰ ওপৰত চলিব বুলড’জাৰ
নেতাগৰাকীৰ ১৭টা সম্পৰ্ত্তিৰ বুলড’জাৰৰ পৰিকল্পনা
পৌৰ নিগমৰ জাননী প্ৰেৰণ নেতা গৰাকীক
৭দিনৰ ভিতৰত কাৰণ দৰ্শোৱা জাননী
হালিচা নাৱাজ শান্তি নিকেতন আৰু কালিঘাটত থকা বাসগৃহৰ উপৰতো অভিযোগ
অবৈধ ভূমিত ঘৰ আৰু উদ্যোগ স্থাপনৰ অভিযোগ
অভিষেকৰ লগতে অন্য চাৰি নেতাৰ বিৰুদ্ধেও আনিছে অভিযোগ
বেলেঘাটাৰ ৰাজু নস্কৰৰ অবৈধ ভূমিত থকা ১৮টা সম্পৰ্ত্তি
কস্বাৰ পপ্পুৰ অবৈধ ভূমিত থকা ২৪টা সম্পৰ্ত্তি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ এক্সনত এতিয়া অতিষ্ঠ TMCৰ নেতা
