Homeকোৰবানীক লৈ মুছলমান সমাজৰ ঐতিহাসিক সিদ্ধান্ত | কোৰবানীৰ পৰা বিৰত থাকিব মুছলমান...

কোৰবানীক লৈ মুছলমান সমাজৰ ঐতিহাসিক সিদ্ধান্ত | কোৰবানীৰ পৰা বিৰত থাকিব মুছলমান সমাজ

ইছলাম ধৰ্মাৱলম্বী পৱিত্ৰ বকৰি ঈদলৈ মাজত মাথো কেইটামান দিন
ঈদ-উল আজহাৰক লৈ উৎকণ্ঠাত সমগ্ৰ মুছলমান সমাজ
এইবাৰ ঈদ-উল-আজহাৰক লৈ মুছলমান সমাজৰ ঐতিহাসিক সিদ্ধান্ত
সমাজত শান্তি-সম্প্ৰীতি অটুট ৰখোৱাত এই সিদ্ধান্ত মুছলমান সমাজৰ
বকৰি ঈদৰ দিনটোত গো-ধন হত্যা বা ভক্ষণ নকৰাৰ সিদ্ধান্ত
কোনো ব্যক্তিয়ে ক্ৰয় আৰু বিক্ৰী নকৰে গো-ধন
কাছাৰ জিলাৰ উধাৰন্দৰ মুছলমান সমাজৰ এই সিদ্ধান্ত
পানগ্ৰামত অনুষ্ঠিত এখন সভাত সৰ্বসন্মতি ক্ৰমে গ্ৰহণ কৰে এই সিদ্ধান্ত
সকলো মুছলমান সমাজে এই সিদ্ধান্তক সহযোগিতা আগবঢ়োৱাৰ আহ্বান

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments