বিপদ বাঢ়িছে ট্ৰাম্পৰ | ট্ৰাম্পৰ ইচ্ছাত ইৰাণত নচলিব যুদ্ধ! আমেৰিকাৰ শক্তি কাঢ়িলে ছিনেটে

Published:

লাখ লাখ মুছলমানৰ ওপৰত আক্ৰমণৰ ফল পালে আমেৰিকাই
US ছিনেটত গৃহীত ট্ৰাম্পৰ যুদ্ধ কৰা শক্তি হ্ৰাস কৰাৰ প্ৰস্তাৱ
ইৰানৰ সৈতে বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে আমেৰিকান ছিনেটৰ ডাঙৰ সিদ্ধান্ত
কাঢ়ি লোৱা হ’ল ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ একপক্ষীয় সামৰিক শক্তি
শেহতীয়াভাৱে ট্ৰাম্পে ইৰাণৰ ওপৰত আক্ৰমণৰ ভাবুকি দিছিল
সামৰিক আক্ৰমণ বা বিমান আক্ৰমণ চলোৱাৰ দিছিল ভাবুকি
যুদ্ধ নিয়ন্ত্ৰণ কৰিবলৈ ছিনেটৰ ডাঙৰ পদক্ষেপ
ডেম’ক্ৰেটসকলৰ লগতে ডোনাল্ড ট্ৰাম্পৰ নিজা দল
ৰিপাব্লিকান পাৰ্টীৰ কেইবাজনো ছিনেটৰেও এই প্ৰস্তাৱৰ সপক্ষে কৰে ভোটদান
প্ৰস্তাৱ গৃহীত হোৱাৰ ফলত ট্ৰাম্পে অনাগত দিনত ইচ্ছা অনুসৰি কৰিব নোৱাৰিব আক্ৰমণ
আক্ৰমণ কৰিবলগীয়া হ’লে আনুষ্ঠানিক অনুমোদন ল’ব লাগিব ছিনেটৰ
ইৰাণৰ ওপৰত কৰা পৰিকল্পনাৰ সময়তে মোক্ষম আঘাত ট্ৰাম্পৰ

POPULAR

RECENT ARTICLES

spot_img