HomeAssamঅসমত স্থান নাই বাংলাদেশীৰ, বিচাৰি বিচাৰি আটক বাংলাদেশীক

অসমত স্থান নাই বাংলাদেশীৰ, বিচাৰি বিচাৰি আটক বাংলাদেশীক

বাংলাদেশীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান
আৰক্ষীৰ অভিযানত আটক তিনি বাংলাদেশীক
কাছাৰৰ গুমৰাত গ্ৰেপ্তাৰ তিনি বাংলাদেশীক
২০১২ চনত অবৈধভাৱে প্ৰৱেশ কৰিছিল ভাৰতত
তেতিয়াৰে পৰা ভাৰতৰ বিভিন্ন ঠাইত বাস কৰিছিল
বাংগালুৰুৰ পৰা কাছাৰলৈ আহিছিল বাংলাদেশী কেইজন
পুনৰ বাংলাদেশলৈ উভতি যাবলৈ চেষ্টা কৰোতেই গ্ৰপ্তাৰ কৰে আৰক্ষীয়ে
কালাইন আৰু গুণাৰা আৰক্ষীৰ যুটিয়া অভিযানত গ্ৰেপ্তাৰ কৰে
আটকাধীন তিনি বাংলাদেশীৰ ভিতৰত এগৰাকী মহিলা, দুজন পুৰুষ
ধৃত মহিলা গৰাকীৰ নাম ৰিনা আখতাৰা
ধৃত বাংলাদেশী কেইটাৰ নাম মহম্মদ আওয়াল আৰু মহম্মদ হাৰুণ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments