HomePolitics১০০০ টকাৰ ঘোচ ধৰাই দিয়ক, চৰকাৰৰ পৰা ১ লাখ টকাৰ পুৰস্কাৰ লওক!

১০০০ টকাৰ ঘোচ ধৰাই দিয়ক, চৰকাৰৰ পৰা ১ লাখ টকাৰ পুৰস্কাৰ লওক!

১০০০ টকাৰ ঘোচ ধৰাই দিয়ক,
চৰকাৰৰ পৰা ১ লাখ টকাৰ পুৰস্কাৰ লওক!
দুৰ্নীতিৰ অন্ত পেলাবলৈ আহিল ‘থালাপতি ৰুল’
কোনো চৰকাৰী কৰ্মচাৰীয়ে যদি ১০০০ টকাও ঘোচ হিচাপে দাবী কৰে
তেন্তে আপুনিও কৰিব পাৰিব অভিযোগ
দাখিল কৰা তথ্য আৰু অভিযোগ যদি সত্য বুলি প্ৰমাণিত হলে বিহা হব শাস্তি
তথ্য প্ৰদানকাৰী নাগৰিকজনক চৰকাৰৰ তৰফৰ পৰা দিয়া হ’ব ১ লাখ টকাৰ নগদ পুৰস্কাৰ
অভিযোগকাৰীয়ে দাখিল কৰিব লাগিব ঘোচ বিচৰাৰ স্পষ্ট ভিডিঅ’ বা অডিঅ’ প্ৰমাণ
গোপনে ৰখা হ’ব তথ্য যোগান ধৰা ব্যক্তিজনৰ পৰিচয়
তামিলনাডু চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ
২৪ ঘন্টাই সক্ৰিয় হৈ থাকিব এই নম্বৰ
লগতে থাকিব বিশেষ দুৰ্নীতি-বিৰোধী বিভাগ
জনসাধাৰণে তলত দিয়া মাধ্যমৰ সহায়ত পোনপটীয়াকৈ অভিযোগ কৰিব পাৰিব
হেল্পলাইন নম্বৰ: 1800 425 1555

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments