HomeWorldঅসহ্যকৰ গৰম! অতিৰিক্ত গৰমত ৩জনৰ সৈতে শোকাৱহ ঘটনা

অসহ্যকৰ গৰম! অতিৰিক্ত গৰমত ৩জনৰ সৈতে শোকাৱহ ঘটনা

বিনা কাৰণত ঘৰৰ পৰা বাহিৰলৈ নোলাব
গোলকীয় উষ্ণতা ৫০ডিগ্ৰী ছেলছিয়াছলৈ তাপমাত্ৰা বৃদ্ধি
উৎকট গৰমৰ বাবে বিকল হৈ পৰিছে এচি ক’লাৰ
শীতল পানী খাইও ৰক্ষা পোৱা নাই জনতা
অসহ্যকৰ গৰমত মৃত্য হৈছে ৩জনৰ
নাগপুৰ সংঘটিত হৈছে এই ঘটনা
অসমতো গোলকীয় উষ্ণতা বৃদ্ধি পোৱা সম্ভাৱনা
নাগপুৰত ৪৫.৫ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধিত মৃত্যু ৩জনৰ
আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা

 

Youtube Video Link – https://www.youtube.com/watch?v=T58-3QTOTTI

Facebook Video Link – https://www.facebook.com/61586464553011/videos/1512255460427370

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments