কোকৰাঝাৰৰ ঢোলমাৰা বজাৰত তীব্ৰ উত্তেজনা | মুছলমান ব্যৱসায়ীক দোকান বন্ধ কৰাৰ ধমকি!

Published:

কোকৰাঝাৰৰ ঢোলমাৰা বজাৰত তীব্ৰ উত্তেজনা
মুছলমান ব্যৱসায়ীক দোকান বন্ধ কৰিবলৈ দাবী ধমকি দিয়াৰ অভিযোগ
দোকানলৈ শিলগুটি নিক্ষেপ কৰাৰো অভিযোগ ভুক্তভোগীৰ
মৃণাল ৰবিদাস নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে চৰম উদ্ভণ্ডালিৰ অভিযোগ
ঘটনাক কেন্দ্ৰ কৰিয়েই ঢোলমাৰা বজাৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ
ঘটনাস্থলিত আৰক্ষী উপস্হিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চলাইছে চেষ্টা

POPULAR

RECENT ARTICLES

spot_img