Tag: Supreme Court
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নিজৰ দেশলৈ উভতি অহা সন্দৰ্ভত এক ডাঙৰ মন্তব্য আগবঢ়াইছে। ডিচেম্বৰ মাহত বাংলাদেশলৈ উভতি যাব বুলি উল্লেখ কৰিছে হাছিনাই। হাছিনাৰ মতে গ্ৰেপ্তাৰ, জীৱনৰ ভাবুকি, নিৰ্যাতনৰ কোনো ভয় নাই আৰু যিকোনো বিনিময়ত নিজৰ...
অজিত আগাৰকাৰৰ কাৰ্যকাল অন্ত পৰাৰ পিছৰে পৰা খালী হৈ থকা মুখ্য নিৰ্বাচকৰ পদৰ বাবে প্ৰাক্তন বাঁওহতীয়া অফ স্পিনাৰ প্ৰজ্ঞান ওঝাৰ নাম ঘোষণা কৰিছে বিচিচিআইয়ে। উল্লেখ্য যে প্ৰজ্ঞান ওঝাই বিগত কিছু দিনৰ পৰা অনানুষ্ঠানিকভাৱে মুখ্য নিৰ্বাচকৰ দায়িত্ব...
Breaking News
SCৰ ডাঙৰ ৰায়, যন্তৰ-মন্তৰ প্ৰতিবাদৰ তদন্তৰ বাবে গঠন হ’ব উচ্চ ক্ষমতাসম্পন্ন সমিতি
দেশৰ ৰাজধানী দিল্লীৰ যন্তৰ-মন্তৰত হোৱা প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা আৰু ইয়াৰ সৈতে জড়িত আন আন বিষয় সমূহৰ তদন্তৰ বাবে গঠন কৰা...
জনপ্ৰিয় কমেডিয়ান সময় ৰাইনালৈ সৰ্বোচ্চ ন্যায়ালয়ৰ সকাহ
বিশেষভাৱে সক্ষম লোকসকলৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি বিপদত পৰা দেশৰ অন্যতম জনপ্ৰিয় কমেডিয়ান সময় ৰাইনাই উচ্চতম ন্যায়ালয়ৰ পৰা লাভ কৰিলে সকাহ। আজি সৰ্বোচ্চ ন্যায়ালয়ে...
‘আমাৰ সময় নষ্ট নকৰিব…’, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণত অস্বীকাৰ SCৰ
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বৰ্বৰতাৰ অভিযোগ উত্থাপন কৰা আবেদনৰ জৰুৰী শুনানি নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। আবেদনকাৰীৰ অধিবক্তাই যেতিয়া প্ৰমাণ হিচাপে আদালতত ভিডিঅ’...
ভোটাৰ তালিকাত নাম নাথাকিলে বাতিল নহয় নাগৰিকত্ব : সৰ্বোচ্চ ন্যায়ালয়
ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ পিছত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা মানেই নাগৰিকত্ব বাতিল হোৱা নুবুজায়। শুকুৰবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই মন্তব্য কৰি...
সৰ্বোচ্চ ন্যায়ালয়ত অভব্য আচৰণ কৰা দুজন আইনৰ ছাত্ৰক গ্ৰেপ্তাৰ
উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত আদালতৰ কাম-কাজ ব্যাহত কৰাৰ অপৰাধত দুগৰাকী আইনৰ ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। ছাত্ৰ দুজনৰ বিৰুদ্ধে আদালতৰ কাম-কাজত ব্যাঘাত জন্মোৱা, অশ্লীল...
প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ হ’ব যৌন শিক্ষা, সপ্তাহত দুবাৰকৈ ২০ মিনিটৰ বিশেষ ক্লাছ
দেশৰ বিদ্যালয়সমূহত যৌন শিক্ষা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰ চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ ন্যায়ালত দাখিল কৰা শপতনামাত এই তথ্য পোহৰলৈ আহিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ সেউজ...
ধৰ্মান্তৰিত মুছলমানৰ সংৰক্ষণক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ
ইছলাম ধৰ্ম গ্ৰহণ কৰা লোকসকলক পিছপৰা শ্ৰেণীৰ মুছলমান (BCM) বুলি গণ্য কৰা নহ'ব বুলি মাদ্ৰাছ উচ্চ ন্যায়ালয়ে দিয়া সিদ্ধান্তৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে...
ভিনেশ ফোগাটলৈ সকাহ… এছিয়ান গেমছৰ ট্ৰায়েলত অংশ লোৱাৰ অনুমতি সৰ্বোচ্চ ন্যায়ালয়ৰ
অহা ৩০ আৰু ৩১ মে'ত অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছৰ বাছনি পৰীক্ষা বা ট্ৰায়েলত অংশ ল'ব পাৰিব দেশৰ তাৰকা মল্লযুঁজাৰু ভিনেশ ফোগাটে। দিল্লী উচ্চ ন্যায়ালয়ৰ...

