Author: Xylandra Seven
Breaking News
স্বৰ্ণ পদকৰ যুঁজত ভাৰত-পাকিস্তান, জানো আহক মেচৰ সময় আৰু ক’ত চাব পাৰিব LIVE
জাপানৰ আইচি নাগোয়াত চলি থকা এছিয়ান গেমছ ২০২৬ৰ ক্ৰিকেট ইভেণ্টৰ স্বৰ্ণ পদকৰ যুঁজত মুখামুখি হ'ব ভাৰত-পাকিস্তান। ছেমিফাইনেলত ভাৰতে শ্ৰীলংকা দলক ১২৪ ৰানৰ বৃহত ব্যৱধানত...
লছ এঞ্জেলছ কাউণ্টি মিউজিয়াম অব আৰ্টত সংৰক্ষিত বৃন্দাবনী বস্ত্ৰ প্ৰত্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ
অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে মঙলবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছ কাউণ্টি মিউজিয়াম অব আৰ্ট (Los Angeles County Museum of Art )ত সংৰক্ষিত হৈ...
ৰন্ধন গেছ পাবলৈ কৰিব লাগিব এই কাম, নহ’লে নাপাব চিলিণ্ডাৰ…
কাইলৈ অৰ্থাত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব অক্টোবৰ মাহ আৰু মাহটোৰ প্ৰথম দিনটোৰ পৰাই সলনি হৈ পৰিব এল পি জি চিলিণ্ডাৰ লোৱাৰ নিয়ম। ১ অক্টোবৰৰ...
দুটাকৈ স্বৰ্ণসহ ৮টা মেডেল… এছিয়ান গেমছৰ দশমটো দিনত ভাৰতীয় খেলুৱৈৰ চমকপ্ৰদ প্ৰদৰ্শন
জাপানৰ আইচি নাগোয়াত চলি থকা এছিয়ান গেমছ ২০২৬ৰ দশমটো দিন ভাৰতৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱোজ্জ্বল দিন হিচাপে পৰিগণিত হৈছে। আজিৰ দিনটোত ভাৰতে দুটা...
CISF কৰ্মীৰ মাজত ভয়ংকৰ গুলীচালনা; ৪ জোৱানৰ মৃত্যু
জম্মুৰ কঠুৱা জিলাত সংঘটিত হৈছে এক ভংয়কৰ গুলীচালনাৰ ঘটনা। চি আই এছ এফ জোৱানৰ মাজত হোৱা গুলীচালনাত মৃত্যু হয় চাৰিজন জোৱানৰ। ইয়াৰ ভিতৰত আছে...
‘কাইলৈ আহি আছো অসমলৈ…’, সামাজিক মাধ্যমত হুংকাৰ CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ
আজি অসম আৰক্ষীয়ে গুৱাহাটীৰ পৰা ককৰোচ্চ জনতা পাৰ্টি চমুকৈ CJPৰ সহ-প্ৰতিষ্ঠাপক আশুতোষ ৰাংকাকে ধৰি কেইবাজনো কৰ্মীক আটক কৰিছে। আৰক্ষীৰ এই কাৰ্যত ক্ষুন্ন হৈ CJPৰ...
বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক; ল’লে কেইবাটাও ডাঙৰ সিদ্ধান্ত
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ চলি থকা বিতৰ্কৰ মাজতে শনিবাৰে নিৰ্বাচন আয়োগে এখন ডাঙৰ বৈঠকত মিলিত হৈছে। এই গুৰুত্বপূৰ্ণ বৈঠকত তিনিওগৰাকী আয়ুক্ত...
মমতা গোটৰ বিধায়ক কুনাল ঘোষৰ ওপৰত আক্ৰমণ, ভাঙি পেলালে গাড়ীৰ খিড়িকী
পশ্চিম বংগৰ পৰা আহিছে এক ডাঙৰ খবৰ। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আহ্বান জনোৱা এখন বৈঠকত অংশগ্ৰহণ কৰিবলৈ যোৱা বিধায়ক কুনাল ঘোষৰ ওপৰত আক্ৰমণ...
বাংলাদেশত পুনৰ হিন্দু লোকৰ সৈতে কৰুণ ঘটনা; ড্ৰামৰ ভিতৰৰ পৰা উদ্ধাৰ নিৰঞ্জনৰ দেহ
বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে অব্যাহত আছে অত্যাচাৰৰ ঘটনা। এইবাৰ বাংলাদেশৰ মৈমনসিং সদৰ অঞ্চলৰ এটা নলাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ড্ৰামত ভৰাই থোৱা এজন...
এছিয়ান গেমছত অঘটন; নেপালৰ হাতত পৰাস্ত আফগানিস্তান
আইচি নাগোয়া এছিয়ান গেমছৰ ক্ৰিকেট ইভেণ্টত দেখা পোৱা গ'ল প্ৰথমটো অঘটন। তুলনামূলকভাৱে বহুত দুৰ্বল বা সহযোগী (Associate) দলে শক্তিশালী আফগানিস্তান দলক ৫ উইকেটত পৰাস্ত...
১২ ঘণ্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দুটাকৈ অভিযোগ
দেশৰ এখন আগশাৰীৰ ৰাষ্ট্ৰীয় বাতৰি কাকতত নিৰ্বাচন আয়োগ সম্পৰ্কে প্ৰকাশিত এক অনুসন্ধানমূলক প্ৰতিবেদনে দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। প্ৰতিবেদনত মূল অভিযুক্ত সজোৱা দেশৰ মুখ্য...
৩৩ লাখ ভোটাৰলৈ জাননী; নিৰ্বাচন আয়োগৰ পৰা উত্তৰ বিচাৰিলে সৰ্বোচ্চ ন্যায়ালয়ে
দিল্লীত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰে দেশৰ উচ্চতম ন্য়ায়ালয়ে। শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এই বিষয়ত...

