ৰাষ্ট্ৰীয়

NEET পৰীক্ষাৰ পূৰ্বে পুনৰ এজন শিক্ষাৰ্থীৰ আত্মহত্যা; ভিডিঅ’যোগে বৰ্ণনা সকলো কথা

নীট পৰীক্ষাৰ পূৰ্বে পুনৰ এজন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে। এইবাৰ এই আত্মহত্যাৰ খবৰ আহিছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা। জানিব পৰা অনুসৰি ২২...

হৰমুজৰ পৰা ভাৰতলৈ আহিবলৈ কিমান সময় লয় এখন জাহাজ

আমেৰিকা আৰু ইৰাণৰ মাজত সম্পন্ন হোৱা ঐতিহাসিক শান্তি চুক্তিয়ে বৃহত সকাহ প্ৰদান কৰিছে ভাৰতক। ইতিমধ্যে হৰমুজ প্ৰণালীত আৱদ্ধ হৈ থকা এলএনজি ভৰ্তি এখন জাহাজ...

লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ উদ্ধৱ গোটৰ ৬ সাংসদৰ; চামিল হ’ব সিন্দে বাহিনীৰ শিৱসেনাত

উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনাৰ ৬ গৰাকী বিসম্বাদী সাংসদে আজি সাক্ষাত কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক। সাংসদ কেইগৰাকীয়ে লোকসভাৰ অধ্যক্ষ বিৰলাক সাক্ষাতৰ সময়ত প্ৰদান কৰে...

আমেৰিকা-ইৰাণৰ শান্তি চুক্তিত উৎফুল্লিত ভাৰত, প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে- ‘মই এই চুক্তিক…’

আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা শান্তি চুক্তিক আদৰণি জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই চুক্তিৰ জৰিয়তে মধ্য প্ৰাচ্যৰ লগতে সমগ্ৰ বিশ্বত শান্তি আৰু স্থিৰতা...

TMCত বিভাজন… নেশ্যনেলিষ্ট চিটিজেন্স পাৰ্টীত বিলয় তৃণমূলৰ ২০ সাংসদ

দেশৰ ৰাজনীতিৰ বাবে ডাঙৰ খবৰ। তৃণমূল কংগ্ৰেছৰ ২০ গৰাকী বিসম্বাদী সাংসদে নেশ্যনেলিষ্ট চিটিজেন্স পাৰ্টীত চামিল হোৱাৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ...

যোৰহাটত বায়ু সেনাৰ AN-32 বিমান দুৰ্ঘটনাগ্ৰস্ত, শ্বহীদ ৫ জোৱান

যোৰহাটৰ ৰৰৈয়াত সংঘটিত ভাৰতীয় বায়ু সেনাৰ AN-32 বিমান দুৰ্ঘটনাই শোকাহত কৰি তুলিছে সমগ্ৰ দেশক। এই মৰ্মান্তিক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ভাৰতীয় বায়ু সেনাৰ পাঁচগৰাকী সাহসী...

চৰকাৰী অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; জ্বলি চাৰখাৰ ৪০০০ EVM

তৃণমূল কংগ্ৰেছৰ ভিতৰচ'ৰাত চলা দলীয় অন্তঃকলহৰ মাজতেই কলকাতাৰ পৰা আহিছে এটা ডাঙৰ খবৰ। কলকাতাৰ আলিপুৰদুৱাৰস্থিত এটা অট্টালিকাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি চাৰখাৰ হয় ৪০০০...

দুমাহ পুৰণি এটা কাণ্ডক লৈ মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ

পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। প্ৰায় দুমাহ পুৰণি এটা আপত্তিজনক মন্তব্যৰ বাবে কলকাতা আৰক্ষীয়ে...

তৃণমূলত ধৰ্ম সংকট; এইবাৰ মমতা বেনাৰ্জীক শেষ সকীয়নি সাংসদ কল্যাণ বেনাৰ্জীৰ

তৃণমূল কংগ্ৰেছত অব্যাহত থকা বিসম্বাদৰ মাজতে এইবাৰ সাংসদ কল্যাণ বেনাৰ্জীয়েও বিসম্বাদী শিৱিৰৰ নেতা-কৰ্মীৰ দৰে একে সুৰত সুৰ মিলোৱা পৰিলক্ষিত হৈছে। তৃণমূলৰ সাংসদগৰাকীয়ে মমতা বেনাৰ্জীক...

মোদী চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱা দিনটোতেই কেন্দ্ৰীয় কেবিনেটৰ কেইবাটাও ডাঙৰ সিদ্ধান্ত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ ১২ বছৰীয়া জয়ন্তী উপলক্ষে বুধবাৰে অনুষ্ঠিত হয় কেন্দ্ৰীয় কেবিনেটৰ বৈঠক। এই বৈঠকত আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ...

গ্ৰেপ্তাৰৰ ভয়! পাটনা ছিভিল ক’ৰ্টত আত্মসমৰ্পণ খান ছাৰৰ

পাটনা প্ৰশিক্ষক কেন্দ্ৰত সংঘটিত গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি বিপদত পৰা খান ছাৰে নিজৰ অধিবক্তাৰ সৈতে উপস্থিত হৈছে পাটনা ছিভিল ক'ৰ্টত। প্ৰাপ্ত খবৰ অনুসৰি খান...

পুনৰ সংসদত উত্থাপন হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক; এই সমূহ দলৰ সৈতে কেন্দ্ৰৰ আলোচনা

সংসদত পুনৰ এবাৰ সমষ্টি পুনঃনিৰ্ধাৰণ বিধেয়ক উত্থাপন কৰাৰ যোজা চলাইছে কেন্দ্ৰ চৰকাৰে। ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ইয়াক প্ৰযোজ্য কৰাটোৱে চৰকাৰৰ প্ৰধান উদ্দেশ্য। কিছু...

RECENT ARTICLES