Tag: Delhi

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নিজৰ দেশলৈ উভতি অহা সন্দৰ্ভত এক ডাঙৰ মন্তব্য আগবঢ়াইছে। ডিচেম্বৰ মাহত বাংলাদেশলৈ উভতি যাব বুলি উল্লেখ কৰিছে হাছিনাই। হাছিনাৰ মতে গ্ৰেপ্তাৰ, জীৱনৰ ভাবুকি, নিৰ্যাতনৰ কোনো ভয় নাই আৰু যিকোনো বিনিময়ত নিজৰ...
অজিত আগাৰকাৰৰ কাৰ্যকাল অন্ত পৰাৰ পিছৰে পৰা খালী হৈ থকা মুখ্য নিৰ্বাচকৰ পদৰ বাবে প্ৰাক্তন বাঁওহতীয়া অফ স্পিনাৰ প্ৰজ্ঞান ওঝাৰ নাম ঘোষণা কৰিছে বিচিচিআইয়ে। উল্লেখ্য যে প্ৰজ্ঞান ওঝাই বিগত কিছু দিনৰ পৰা অনানুষ্ঠানিকভাৱে মুখ্য নিৰ্বাচকৰ দায়িত্ব...

‘আমাৰ সময় নষ্ট নকৰিব…’, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণত অস্বীকাৰ SCৰ

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বৰ্বৰতাৰ অভিযোগ উত্থাপন কৰা আবেদনৰ জৰুৰী শুনানি নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। আবেদনকাৰীৰ অধিবক্তাই যেতিয়া প্ৰমাণ হিচাপে আদালতত ভিডিঅ’...

আৱাসিক অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; দুজন লোকৰ সৈতে কৰুণ ঘটনা

নয়ডাৰ ছেক্টৰ-৬৬ (দিল্লী NCR)ৰ মামুৰা গাঁওস্থিত এটা আৱাসিক অট্টালিকাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। মঙলবাৰে দুপৰীয়া সংঘটিত এই অগ্নিকাণ্ডত দুগৰাকী লোকৰ মৃত্যু হৈছে। এখন ইলেকট্ৰিক...

ৰাজধানীত ভয়াৱহ অগ্নিকাণ্ড; ২১ গৰাকীৰ কৰুণ মৃত্যু, মৃতকৰ অধিকাংশ বিদেশী

দেশৰ ৰাজধানী দিল্লীৰ মালবীয় নগৰ অঞ্চলস্থিত এটা ছমহলীয়া অট্টালিকাত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত ২১গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লোৱাৰ খবৰ আহিছে। আশংকা কৰা অনুসৰি মৃতকৰ...

Recent articles

spot_img