Author: Xylandra Seven

বিজেপিক চেৰ পেলাই ৬ হাজাৰৰো অধিক ভোটত আগবাঢ়িছে প্ৰশান্ত কিশোৰ

আজি ৰাতিপুৱাৰে পৰা চলি আছে বিহাৰৰ বাংকীপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ভোটগণনা। দ্বাদশ ৰাউণ্ডৰ গণনাৰ অন্তত প্ৰশান্ত কিশোৰ ৬ হাজৰৰো অধিক ভোটত আগবাঢ়ি...

কুলগামত নাৰকীয় সন্ত্ৰাসবাদী আক্ৰমণ; পৰিচয় সুধি প্ৰৱাসী শ্ৰমিকক হত্যা

জম্মু-কাশ্মীৰৰ কুলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ছত্তীশগড়ৰ দুজনকৈ শ্ৰমিকক নৃশংসভাৱে হত্যা কৰে সন্ত্ৰাসবাদীয়ে। হত্যাৰ বলি হোৱা এজন শ্ৰমিকৰ পৰিয়ালে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে...

গ্লাছগো কমনৱেলথ গেমছত স্বৰ্ণ জিনি ইতিহাস ৰচিলে চাইকেল মেকানিকৰ কন্যাই

ভাৰতীয় ক্ৰীড়াৰ ইতিহাসৰ সোণালী পৃষ্ঠাত নাম লিপিবদ্ধ কৰিলে অস্মিতা দেই। কমনৱেলথ গেমছৰ জুডো ইভেণ্টত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় জুডোকা হিচাপে পৰিগণিত হ'ল অস্মিতা।...

কাছাৰত ভয়ংকৰ ঘটনা; পানীৰ টেংকি চাফা কৰিবলৈ গৈ মৃত্যু ৪ শ্ৰমিকৰ

কাছাৰৰ নিজ জয়নগৰ কুমাৰপাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। পানীৰ টেংকি চাফা কৰিবলৈ গৈ মৃত্যুক সাৱটি ল'লে চাৰিগৰাকী শ্ৰমিকে। ভয়ংকৰ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি...

খহি পৰিল চাৰি মহলীয়া অট্টালিকা; ৯ জনে হেৰুৱালে প্ৰাণ

মহাৰাষ্ট্ৰৰ ভিৱাণ্ডীত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। এই অঞ্চলটোত থকা কহিনুৰ নামৰ এটা চাৰিমহলীয়া অট্টালিকা হঠাতে খহি পৰাৰ ফলত ৯ গৰাকী...

বৰ্ষাকালীন অধিৱেশনত উত্থাপন নহয় ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক

বৰ্ষাকালীন অধিৱেশন চলি থকাৰ মাজতে আহিছে এটা ডাঙৰ খবৰ। জানিব পৰা অনুসৰি এইবাৰৰ অধিৱেশনত উত্থাপন কৰা নহ'ব 'এক দেশ, এক নিৰ্বাচন' সম্পৰ্কীয় বিধেয়ক। ইয়াৰ...

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় আজিংক্য ৰাহানেৰ

বিদেশৰ ভূমিত কেইবাটাও দৰ্শনীয় ইনিংছ খেলা ভাৰতীয় দলৰ অভিজ্ঞ ক্ৰিকেটাৰ আজিংক্য ৰাহানেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট তথা ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ২০১৩ চনৰ...

প্ৰশান্ত কিশোৰৰ দলৰ ২০ গৰাকী নেতাক গ্ৰেপ্তাৰ

বাংকীপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰশান্ত কিশোৰ নেতৃত্বাধীন জন সুৰাজ পাৰ্টীৰ ২০ গৰাকী নেতাক গ্ৰেপ্তাৰ কৰিছে পাটনা আৰক্ষীয়ে। বুধবাৰে সন্ধিয়া জন সুৰাজ পাৰ্টীৰ তৰফৰ...

লোকসভাত গৃহীত হ’ল প্ৰশ্নকাকত ফাদিল বিৰোধী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ'ল প্ৰশ্নকাকত ফাদিল বিৰোধী সংশোধনী বিধেয়ক। দীঘলীয়া আলোচনা তথা চৰ্চাৰ অন্তত ধ্বনি ভোটৰ জৰিয়তে বিধেয়কখন গৃহীত হয়।বিধেয়কখন গৃহীত হোৱাৰ...

জম্মু-কাশ্মীৰৰ উৰীত মাইন বিস্ফোৰণ, দুজন সেনা জোৱান আহত

জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ উৰী ছেক্টৰৰ লাইন অফ কণ্ট্ৰোল(LoC)ৰ সমীপত সংঘটিত হৈছে মাইন বিস্ফোৰণ। এই বিস্ফোৰণত দুজন সেনা জোৱান আহত হোৱাৰ খবৰ লাভ কৰা গৈছে।...

টেষ্ট ক্ৰিকেটত চমৎকাৰ; পাকিস্তানৰ বিৰুদ্ধে জাষ্টিন গ্ৰীভছে ৰচিলে ইতিহাস

পাকিস্তানৰ বিৰুদ্ধে চলি থকা টেষ্ট মেচত এক বিৰল অভিলেখৰ গৰাকী হ'ল ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ জাষ্টিন গ্ৰীভছ। টেষ্ট ক্ৰিকেটৰ ইতিহাসত একেৰাহে ৫টা উইকেট-মেডেন অভাৰ বলিং...

পৰীক্ষা সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ ঘোষণা

নীট পৰীক্ষাৰ লগতে সমগ্ৰ দেশৰ আন কেইবাটাও প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত সুনিশ্চিত কৰাৰ লগতে পৰীক্ষা প্ৰক্ৰিয়া উন্নত...

Recent articles

spot_img