ৰাষ্ট্ৰীয়
Breaking News
বৰ্ষাকালীন অধিৱেশনত উত্থাপন নহয় ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক
বৰ্ষাকালীন অধিৱেশন চলি থকাৰ মাজতে আহিছে এটা ডাঙৰ খবৰ। জানিব পৰা অনুসৰি এইবাৰৰ অধিৱেশনত উত্থাপন কৰা নহ'ব 'এক দেশ, এক নিৰ্বাচন' সম্পৰ্কীয় বিধেয়ক। ইয়াৰ...
প্ৰশান্ত কিশোৰৰ দলৰ ২০ গৰাকী নেতাক গ্ৰেপ্তাৰ
বাংকীপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰশান্ত কিশোৰ নেতৃত্বাধীন জন সুৰাজ পাৰ্টীৰ ২০ গৰাকী নেতাক গ্ৰেপ্তাৰ কৰিছে পাটনা আৰক্ষীয়ে। বুধবাৰে সন্ধিয়া জন সুৰাজ পাৰ্টীৰ তৰফৰ...
লোকসভাত গৃহীত হ’ল প্ৰশ্নকাকত ফাদিল বিৰোধী বিধেয়ক
বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ'ল প্ৰশ্নকাকত ফাদিল বিৰোধী সংশোধনী বিধেয়ক। দীঘলীয়া আলোচনা তথা চৰ্চাৰ অন্তত ধ্বনি ভোটৰ জৰিয়তে বিধেয়কখন গৃহীত হয়।বিধেয়কখন গৃহীত হোৱাৰ...
জম্মু-কাশ্মীৰৰ উৰীত মাইন বিস্ফোৰণ, দুজন সেনা জোৱান আহত
জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ উৰী ছেক্টৰৰ লাইন অফ কণ্ট্ৰোল(LoC)ৰ সমীপত সংঘটিত হৈছে মাইন বিস্ফোৰণ। এই বিস্ফোৰণত দুজন সেনা জোৱান আহত হোৱাৰ খবৰ লাভ কৰা গৈছে।...
পৰীক্ষা সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ ঘোষণা
নীট পৰীক্ষাৰ লগতে সমগ্ৰ দেশৰ আন কেইবাটাও প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত সুনিশ্চিত কৰাৰ লগতে পৰীক্ষা প্ৰক্ৰিয়া উন্নত...
নিৰ্বাচনী ৰাজনীতিৰ পৰা সন্যাস ঘোষণা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ
কংগ্ৰেছ দলৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই নিৰ্বাচনী ৰাজনীতিৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰিছে। তেওঁ ২০২৮ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা...
প্ৰহ্লাদ যোশীক দেশৰ নতুন শিক্ষা মন্ত্ৰীৰ দায়িত্ব
কেবিনেট মন্ত্ৰী প্ৰহ্লাদ যোশীক দেশৰ নতুন শিক্ষা মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে। বৰ্তমানৰ মন্ত্ৰালয়ৰ উপৰিও অতিৰিক্তভাৱে শিক্ষা বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে প্ৰহ্লাদ যোশীক।ভাৰতৰ...
CAAৰ পৰা কৃষক আন্দোলনলৈ… মোদী চৰকাৰৰ ১২ বছৰীয়া কাৰ্যকাল আৰু প্ৰথমটো পদত্যাগ
২০১৪ৰ পৰা ২০২৬। অৰ্থাত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ ১২ বছৰীয়া কাৰ্যকাল। বিজেপি চৰকাৰৰ এই ১২ বছৰীয়া কাৰ্যকালৰ বিশেষ খবৰটো এয়াই যে প্ৰথমবাৰৰ বাবে...
প্ৰতিবাদকাৰীৰ ওচৰত সেও মানি অৱশেষত পদত্যাগ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ
পদত্যাগ পত্ৰ প্ৰদান কৰিলে দেশৰ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। নীট প্ৰশ্নকাকত ফাদিলৰ পিছতেই দেশজুৰি তথা দিল্লীৰ যন্তৰ...
বিৰোধীৰ উত্তাল প্ৰতিবাদৰ মাজতেই ৰাজ্যসভাত উত্থাপন বন্দে মাতৰম বিধেয়ক
বিৰোধীৰ উত্তাল প্ৰতিবাদৰ মাজতে ৰাজ্যসভাত আজি উত্থাপন কৰা হয় বন্দে মাতৰম সম্পৰ্কীয় এখন বিধেয়ক। ৰাষ্ট্ৰীয় সন্মানক অপমান প্ৰতিৰোধ (সংশোধনী) বিধেয়কখন দেশৰ গৃহ ৰাজ্য মন্ত্ৰী...
চৰকাৰলৈ পত্ৰ সোনম ৱাংচুকৰ; অনশন ভংগৰ বাবে বান্ধি দিলে বিশেষ চৰ্ত
নীট প্ৰশ্নকাকত ফাদিল আৰু দেশৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত বিগত বহু দিন ধৰি আমৰণ অনশন অব্যাহত ৰখা পৰিৱেশ কৰ্মী সোনম ৱাংচুকে...
১৬ বছৰৰ মূৰত ভাৰতলৈ উভতিব ললিত মোদী; নিজেই জনালে এই কথা
ভাৰতলৈ উভতি আহিব আই পি এলৰ প্ৰতিষ্ঠাপক তথা প্ৰথমগৰাকী অধ্যক্ষ ললিত মোদী। এই কথা তেওঁ নিজেই ঘোষণা কৰিছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে ললিত মোদীয়ে এক...
