ৰাষ্ট্ৰীয়

‘আমাৰ সময় নষ্ট নকৰিব…’, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণত অস্বীকাৰ SCৰ

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বৰ্বৰতাৰ অভিযোগ উত্থাপন কৰা আবেদনৰ জৰুৰী শুনানি নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। আবেদনকাৰীৰ অধিবক্তাই যেতিয়া প্ৰমাণ হিচাপে আদালতত ভিডিঅ’...

‘এয়া গ্ৰহণযোগ্য নহয়….’, ৰাছিয়াৰ আক্ৰমণত নিহত হোৱা ৪ ভাৰতীয় নাবিকক লৈ কঠোৰ বৈদেশিক মন্ত্ৰালয়

১৯ জুলাইত ইউক্ৰেইনৰ ওডেছা বন্দৰৰ পৰা ৰাওনা হোৱা বাণিজ্যিক জাহাজ এম ভি গোল্ডেন লিঅ’ত সংঘটিত হোৱা মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে শক্তিশালী স্থিতি...

ঘোষণা হ’ল ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা; কাৰ্তিক আৰিয়ান আৰু মামুট্টিলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

অৱশেষত ঘোষণা কৰা হ'ল ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৪। বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ান আৰু মালয়ালম ছবি জগতৰ ছুপাৰষ্টাৰ মামুট্টিক যৌথভাৱে শ্ৰেষ্ঠ অভিনেতা হিচাপে...

অবৈধ আতচবাজী কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড; ৮ জনৰ মৃত্যু, কেইবাজনো আহত

গুজৰাটৰ আহমেদাবাদৰ এটা অবৈধ ফটকা কাৰখানাত শনিবাৰে এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। এই ভয়াৱহ ঘটনাটোত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৯ জন...

অভিষেক বেনাৰ্জীৰ অবৈধ অট্টালিকাত চলিল বুলড’জাৰ, ভাঙি পেলোৱা হ’ল পাঁচ মহলীয়া অট্টালিকা

বিপদে লগ এৰা নাই তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীৰ। এইবাৰ প্ৰশাসনে অভিষেক বেনাৰ্জীৰ সংসদীয় সমষ্টিত থকা...

ৰাজ্যসভাত উত্থাপন হ’ব ‘বন্দে মাতৰম’ বিধেয়ক, অপমান কৰিলেই হ’ব কঠোৰ শাস্তি

২০ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ত সংসদত উত্থাপন কৰাৰ বাবে তালিকাভুক্ত কৰা হৈছে ৰাষ্ট্ৰীয় গীত 'বন্দে মাতৰম' গোৱাত অপমান বা বাধা দিয়াটো...

ভোটাৰ তালিকাত নাম নাথাকিলে বাতিল নহয় নাগৰিকত্ব : সৰ্বোচ্চ ন্যায়ালয়

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ পিছত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা মানেই নাগৰিকত্ব বাতিল হোৱা নুবুজায়। শুকুৰবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই মন্তব্য কৰি...

পুৰীৰ ৰথ যাত্ৰাত অসংখ্য ভক্তৰ সমাগম; দুজন ভক্তৰ সৈতে শোকাৱহ ঘটনা

আজিৰ পৰা আৰম্ভ হৈছে পুৰীৰ ঐতিহাসিক ৰথ যাত্ৰা। লাখ-লাখ ভক্তৰ সমাগম হোৱা এই ৰথ যাত্ৰাৰ সময়তে সংঘটিত এক অবাঞ্চিত ঘটনাত দুজন ভক্তৰ মৃত্যু হৈছে।...

প্ৰতিগৰাকী ব্যক্তিৰ জীৱন গুৰুত্বপূৰ্ণ… সোনম ৱাংচুক সন্দৰ্ভত কেন্দ্ৰক বিশেষ নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ

২৮ জুনৰ পৰা আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰি অহা সমাজকৰ্মী, উদ্ভাৱক, শিক্ষা সংস্কাৰক আৰু পৰিৱেশবিদ সোনম ৱাংচুক সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান...

মমতাৰ TMCত পয়মাল; এইবাৰ কোয়েল মল্লিকে এৰিলে ৰাজ্যসভাৰ সাংসদ পদ

এটাৰ পিছত আন এটা মোক্ষম আঘাতৰ সন্মুখীন হৈ আছে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত মমতাৰ সংগ এৰিছে এজনৰ...

পত্নীক EDয়ে চমন প্ৰেৰণ কৰাৰ পিছতেই মমতাৰ সংগ ত্যাগ মদন মিত্ৰৰ

পশ্চিম বংগৰ ৰাজনীতিৰ পৰা আহিছে এটা ডাঙৰ খবৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অতি ঘনিষ্ঠৰূপে পৰিচিত মদন মিত্ৰই মমতাৰ সংগ এৰি ঋতব্ৰত বেনাৰ্জী গোটত যোগদান...

আৱাসিক অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; দুজন লোকৰ সৈতে কৰুণ ঘটনা

নয়ডাৰ ছেক্টৰ-৬৬ (দিল্লী NCR)ৰ মামুৰা গাঁওস্থিত এটা আৱাসিক অট্টালিকাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। মঙলবাৰে দুপৰীয়া সংঘটিত এই অগ্নিকাণ্ডত দুগৰাকী লোকৰ মৃত্যু হৈছে। এখন ইলেকট্ৰিক...

RECENT ARTICLES