ৰাষ্ট্ৰীয়

সৰ্বোচ্চ ন্যায়ালয়ত অভব্য আচৰণ কৰা দুজন আইনৰ ছাত্ৰক গ্ৰেপ্তাৰ

উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত আদালতৰ কাম-কাজ ব্যাহত কৰাৰ অপৰাধত দুগৰাকী আইনৰ ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। ছাত্ৰ দুজনৰ বিৰুদ্ধে আদালতৰ কাম-কাজত ব্যাঘাত জন্মোৱা, অশ্লীল...

দুুই দশকৰ পিছত কলকাতালৈ উভতিব চৰ্চিত লেখিকা তছলিমা নাছৰিন

ভাৰতত নিৰ্বাসিত জীৱন অতিবাহিত কৰি অহা বাংলাদেশৰ চৰ্চিত লেখিকা তছলিমা নাছৰিনে প্ৰায় দুটা দশকৰ মূৰত কলকাতালৈ উভতি আহিব। বাওঁপন্থী চৰকাৰৰ কাৰ্যকাল অৰ্থাত ২০০৭ চনত...

প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ হ’ব যৌন শিক্ষা, সপ্তাহত দুবাৰকৈ ২০ মিনিটৰ বিশেষ ক্লাছ

দেশৰ বিদ্যালয়সমূহত যৌন শিক্ষা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰ চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ ন্যায়ালত দাখিল কৰা শপতনামাত এই তথ্য পোহৰলৈ আহিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ সেউজ...

অসমত ‘বিদেশী’ ঘোষণা কৰা ২৭ গৰাকী লোকলৈ সকাহ; গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ বাতিল সৰ্বোচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৭ গৰাকী নাগৰিকক বিদেশী বুলি ঘোষণা কৰা নিৰ্দেশ বাতিল কৰিছে উচ্চতম ন্যায়ালয়ে। সোমবাৰে উচ্চতম ন্যায়ালয়ে ২৭ গৰাকী আবেদনকাৰীৰ আবেদনক অনুমতি প্ৰদান...

গাৰ নোম শিয়ৰি উঠা ঘটনা; একে নিশাই ৰাজকুমাৰে শেষ কৰিলে ৬ জন লোকৰ জীৱন

তেলেংগানাৰ ৰংগা ৰেড্ডী জিলাৰ পৰা আহিছে এক শিহৰণকাৰী খবৰ। জিলাখনৰ শ্বহাবদ থানাৰ অন্তৰ্গত এক অঞ্চলত ৰাজকুমাৰ নামৰ এগৰাকী POCSO আইনৰ অপৰাধীয়ে জামিন লাভৰ পিছতেই...

পুনৰ জেইললৈ যাব অভিনেতা ৰাজপাল যাদৱ, উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে শাস্তি

চেক বাউন্স ঘটনাৰ সৈতে জড়িত গোচৰত পুনৰ কাৰাগাৰালৈ যাব বলীউড অভিনেতা ৰাজপাল যাদৱ। অভিনেতাজনক দিল্লী উচ্চ ন্যায়ালয়ে তিনি মাহৰ শাস্তি প্ৰদান কৰিছে। তদুপৰি অভিনেতা...

তৃণমূলৰ তিনিগৰাকী প্ৰাক্তন সাংসদৰ বিজেপিত যোগদান

তৃণমূল কংগ্ৰেছ ত্যাগ কৰা ৰাজ্যসভাৰ তিনিগৰাকী প্ৰাক্তন সাংসদে যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টীত। পশ্চিম বংগৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই মমতা বেনাৰ্জীৰ পৰা আঁতৰি আহি...

হৰমুজত পুনৰ উত্তজেনা… ভাৰত অভিমুখী জাহাজত ড্ৰোন আক্ৰমণ

আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ আৰম্ভ হৈছে যুদ্ধ। ইয়াৰ বাবে হৰমুজ প্ৰণালীতো বাঢ়িছে উত্তেজনা। হৰমুজ প্ৰণালীৰ সমীপৰ কাটাৰত ভাৰত অভিমুখী এখন LNG ভৰ্তি জাহাজত...

মহিলা চিকিৎসকক মাৰপিট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ শিৱসেনাৰ কাউন্সিলাৰ

মুম্বাইৰ কল্যাণ-দোম্বিভিলি নগৰ নিগমৰ হাস্পতালৰ মহিলা চিকিৎসক আৰু নাৰ্ছৰ সৈতে মাৰপিট কৰাৰ অভিযোগত শিৱসেনাৰ পাৰিষদ ৰমেশ মাত্ৰেক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। পাৰিষদগৰাকীক তেওঁৰ বাসগৃহৰ...

ধৰ্মান্তৰিত মুছলমানৰ সংৰক্ষণক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

ইছলাম ধৰ্ম গ্ৰহণ কৰা লোকসকলক পিছপৰা শ্ৰেণীৰ মুছলমান (BCM) বুলি গণ্য কৰা নহ'ব বুলি মাদ্ৰাছ উচ্চ ন্যায়ালয়ে দিয়া সিদ্ধান্তৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে...

ৰাম মন্দিৰৰ দান পাত্ৰৰ ধন চুৰি বিতৰ্ক; ট্ৰাষ্টৰ পৰা বিদায় চম্পট ৰায়ৰ

উত্তৰ প্ৰদেশৰ অযোধ্যাস্থিত ৰাম মন্দিৰৰ দান পাত্ৰৰ ধন চুৰি ঘটনা সন্দৰ্ভত বিভিন্ন সমালোচনাৰ সন্মুখীন হোৱা চম্পট ৰায়ৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা হৈছে। বিভিন্ন সূত্ৰৰ...

পশ্চিম বংগৰ তিনিখন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা

পশ্চিম বংগৰ ৰাজ্যসভাৰ তিনিখন খালী আসনৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। এই তিনিখন আসনৰ বাবে ২৪ জুলাইৰ ৰাতিপুৱা ৯ বজাৰ পৰা বিয়লি...

RECENT ARTICLES