Stay tuned

Subscribe to our latest newsletter and never miss the latest news!
Our newsletter is sent once a week, every Monday.

FEATURED

RECENTLY ADDED

CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ বিৰুদ্ধে গোচৰ ৰুজু

মহাৰাষ্ট্ৰৰ লাটুৰৰ চৰকাৰী বিদ্যালয়ত প্ৰৱেশ কৰি এক অনাকাংক্ষিত পৰিৱেশ আৰু শৈক্ষিক কাম-কাজত ব্যাঘাত জন্মোৱাৰ অভিযোগত CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে, অজিংক্য শিণ্ডেকে ধৰি চাৰি-পাঁচজন লোকৰ...

তেলেংগানাত ভয়ংকৰ বিস্ফোৰণ; ঔষধ কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণত দুজন শ্ৰমিকৰ মৃত্য়ু, ১০ জন আহত

তেলেংগানাৰ য়াদাদ্ৰী ভুৱনগিৰি জিলাৰ হেজিত শনিবাৰে এটা ঔষধ কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণত ১০ জন শ্ৰমিক আহত হোৱাৰ লগতে দুজন শ্ৰমিক নিহত হয়। ভূদান পোচমপল্লী মণ্ডলৰ...

যন্তৰ মন্তৰত পুনৰ প্ৰতিবাদ; এইবাৰ জাতিৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে ওলাই আহিল শ-শ লোক

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰত শুকুৰবাৰে পুনৰ সূত্ৰপাত ঘটে প্ৰতিবাদৰ। ককৰোচ্চ জনতা পাৰ্টিৰ এক বিক্ষোভৰ পিছত আজি জাতিভিত্তিক সংৰক্ষণৰ প্ৰতিবাদত যন্তৰ মন্তৰত একত্ৰিত হয়...

সংসদ মাৰ্গ থানাত হাই ভল্টেজ ড্ৰামা; FIRৰ দাবীত ধৰ্ণাত বহিল ৰাহুল-প্ৰিয়ংকা গান্ধী

শুকুৰবাৰে দেশৰ ৰাজধানী নতুন দিল্লীৰ সংসদ মাৰ্গ থানাত হঠাত উপস্থিত হ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। তেওঁৰ সৈতে আছিল যন্তৰ মন্তৰত অনুষ্ঠিত শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত...

শিখ বিৰোধী সংঘৰ্ষৰ দোষী সজ্জন কুমাৰৰ মৃত্যু, কংগ্ৰেছৰ পৰা তিনিবাৰকৈ নিৰ্বাচিত হৈছিল লোকসভালৈ

১৯৮৪ শিখ বিৰোধী সংঘৰ্ষৰ এটা গোচৰত দোষী সাব্যস্ত হোৱা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্য। তিহাৰ কাৰাগাৰত আজীৱন কাৰাদণ্ড ভুগি থকা সজ্জন কুমাৰক দিল্লীৰ...

শ্বিলং কাণ্ডক লৈ শৃংখলৰ হুংকাৰ… ক’লে, ‘অসমীয়া জাতি মাৰ খাই বহি থকা জাতি নহয়’

বুধবাৰে মেঘালয়ৰ ৰাজধানী শ্বিলঙত প্ৰতিবাদৰ নামত খাচী ছাত্ৰ সন্থা (KSU)ই অসমৰ বাহন আৰু পৰ্যটকৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ পিছতে উত্তপ্ত হৈ পৰিছে অসম-মেঘালয়ৰ সীমান্ত...

হকী বিশ্বকাপত পাকিস্তানক ধূলিসাৎ ভাৰতৰ; ৫-০ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ভাৰতৰ

নেদাৰলেণ্ডছত চলি থকা হকী বিশ্বকাপৰ পুল ডিৰ এখন ৰোমাঞ্চকৰ মেচত পাকিস্তানক ৫-৩ গ’লৰ ব্যৱধানত পৰাস্ত কৰিলে ভাৰতে। ১৬ বছৰৰ অপেক্ষাৰ অন্তত দুয়োটা দলৰ মাজত...

মানৱৰ ‘ঘূৰ্ণি’ত বিধ্বস্ত সিংহলী বাহিনী; প্ৰথম টেষ্টত ১৬৫ ৰানত জয় ভাৰতৰ

টীম ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে ১৬৫ ৰানত জয় লাভ কৰিছে। জয়ৰ বাবে বান্ধি দিয়া ৩৭২ ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত...

কোচিং চেণ্টাৰকে ধৰি হিমন্ত কেবিনেটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই...

টেষ্ট ক্ৰিকেটত ঋষভ পন্তে ৰচিলে ইতিহাস; এই অভিলেখ গঢ়া প্ৰথমগৰাকী ভাৰতীয়

শ্ৰীলংকাৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰতৰ উইকেট কীপাৰ বেটাৰ ঋষভ পন্তে ৰচিলে ইতিহাস। গালে টেষ্টৰ দ্বিতীয় ইনিংছত দুটা ছয় কোবোৱাৰ লগে...

ডাম্পাৰৰ সৈতে ভয়ংকৰ সংঘৰ্ষ; ৮জন শ্ৰমিকৰ মৃত্যু, ৩০ৰো অধিক আহত

মধ্য প্ৰদেশৰ ভিণ্ড জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৮ গৰাকী শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন ৩০গৰাকী লোক গুৰুতৰভাৱে আহত হয়। শ্ৰমিক কঢ়িয়াই নিয়া...

SCৰ ডাঙৰ ৰায়, যন্তৰ-মন্তৰ প্ৰতিবাদৰ তদন্তৰ বাবে গঠন হ’ব উচ্চ ক্ষমতাসম্পন্ন সমিতি

দেশৰ ৰাজধানী দিল্লীৰ যন্তৰ-মন্তৰত হোৱা প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা আৰু ইয়াৰ সৈতে জড়িত আন আন বিষয় সমূহৰ তদন্তৰ বাবে গঠন কৰা...