Tag: BCCI

অজিত আগাৰকাৰৰ কাৰ্যকাল অন্ত পৰাৰ পিছৰে পৰা খালী হৈ থকা মুখ্য নিৰ্বাচকৰ পদৰ বাবে প্ৰাক্তন বাঁওহতীয়া অফ স্পিনাৰ প্ৰজ্ঞান ওঝাৰ নাম ঘোষণা কৰিছে বিচিচিআইয়ে। উল্লেখ্য যে প্ৰজ্ঞান ওঝাই বিগত কিছু দিনৰ পৰা অনানুষ্ঠানিকভাৱে মুখ্য নিৰ্বাচকৰ দায়িত্ব...
ভাৰত আৰু আমেৰিকাৰ মাজত অতি শীঘ্ৰে বাণিজ্যিক চুক্তি হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। শনিবাৰে (১৭ অক্টোবৰ) আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল আৰু গেছ ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাৰতকে ধৰি পাঁচখন দেশৰ ওপৰত আৰোপ কৰা ১০০ শতাংশ...

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, চাওক ১৫ জনীয়া তালিকা

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা এদিনীয়া শৃংখলাৰ বাবে আজি বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতীয় দল। কেইবাগৰাকীও তাৰকা খেলুৱৈৰ অনুপস্থিতিৰ বাবে শৃংখলাটোত স্থান দিয়া হৈছে কেইবাজনো উদীয়মান...

দুলীপ ট্ৰফীৰ ফাইনেলত পূব মণ্ডলৰ অধিনায়ক ঈষান কিষাণে ৰচিলে কেইবাটাও অভিলেখ

পূব মণ্ডলৰ অধিনায়ক ঈশান কিষাণে চলিত বৰ্ষৰ দুলীপ ট্ৰফীৰ ফাইনেলত ৰচিলে ইতিহাস। কিষাণে ৩৩৪টা বলত ২৭০ ৰানৰ এক বৃহত ইনিংছ খেলি তিনিটা ডাঙৰ অভিলেখ...

দুলীপ ট্ৰফীৰ ফাইনেলত দুৰ্দান্ত ইনিংছ খেলি ইতিহাস ৰচিলে ঈষান কিষাণে

দুলীপ ট্ৰফীৰ ফাইনেলত দক্ষিণ মণ্ডলৰ বিৰুদ্ধে দৰ্শনীয় দ্বিশতকীয় ইনিংছ খেলি ইতিহাস ৰচিলে পূব মণ্ডলৰ অধিনায়ক ঈশান কিষাণে। ঈশানে ৩০১টা বলৰ মুখামুখি হৈ ২৭টা চাৰি...

২০২৭ৰ বিশ্বকাপত দেখা পোৱা যাব নে ৰোহিত শৰ্মাক? পৰ্যালোচনা বৈঠকৰ পিছতে হ’ল সকলো স্পষ্ট

অন্ত পৰিব নেকি ৰোহিত শৰ্মাৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ? শেহতীয়াকৈ প্ৰতিখন বাতিৰ কাকত, টেলিভিশ্যন, ছ'চিয়েল মিডিয়াত এই বিষয়টোক লৈ চলিছে তীব্ৰ চৰ্চা। ৰোহিতৰ কেৰিয়াৰক লৈ...

অধিনায়কত্ব হেৰুওৱাৰ পিছত কি কথাই মনত আঘাত দিছিল সূৰ্যকুমাৰ যাদৱক?

সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতে যেতিয়া ২০২৬ চনৰ টি-২০ বিশ্বকাপ দখল কৰিছিল, তেতিয়া হয়টো কোনো ভাৰতীয় অনুৰাগীয়ে কল্পনাও কৰা নাছিল যে বিশ্বকাপ জয়ী কৰোৱা সূৰ্যকুমাৰক...

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় আজিংক্য ৰাহানেৰ

বিদেশৰ ভূমিত কেইবাটাও দৰ্শনীয় ইনিংছ খেলা ভাৰতীয় দলৰ অভিজ্ঞ ক্ৰিকেটাৰ আজিংক্য ৰাহানেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট তথা ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ২০১৩ চনৰ...

ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন মেচৰ বাবে হঠাৎ সলনি ভাৰতীয় দল

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা এদিনীয়া শৃংখলাৰ অন্তিম তথা তৃতীয়খন এদিনীয়াৰ বাবে কিছু সালসলনি ঘটিছে ভাৰতীয় দলত। আঘাতপ্ৰাপ্ত অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰৰ ঠাইত তৃতীয়খন এদিনীয়াৰ বাবে...

ক্ৰিকেটৰ ‘মক্কা’ লৰ্ডছত ভাৰতীয় মহিলা দলৰ ঐতিহাসিক বিজয়; ২৭০ ৰানত পৰাস্ত ইংলেণ্ড

ইতিহাসৰ পাতত খোদিত হ'ল ভাৰতীয় মহিলা ক্ৰিকেট দলৰ নাম। ৪০ বছৰ পূৰ্বে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তেতিয়াৰ অধিনায়ক ডায়েনা এদুলজীক ঐতিহাসিক লৰ্ডছ খেলপথাৰৰ পেভেলিয়নত...

জিম্বাব’ৱেৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; বাহিৰ হ’ল সঞ্জু ছেমছন

জিম্বাব'ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টি-২০ শৃংখলাৰ বাবে ঘোষণা কৰিলে ভাৰতীয় দল। সকলোকে আচৰিত কৰি ভাৰতীয় দলৰ নিৰ্বাচকে দলত স্থান প্ৰদান নকৰিলে সঞ্জু ছেমছনক। তিনিখন...

বিতৰ্কৰ পিছতেই হঠাৎ ভাৰতীয় টেষ্ট দলত অন্তৰ্ভুক্ত এইগৰাকী বেগী বলাৰ

৬ জুন অৰ্থাত শনিবাৰৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া একমাত্ৰ টেষ্ট মেচখনৰ পূৰ্বে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। মেচখনৰ চাৰিদিন পূৰ্বে হঠাতে ভাৰতীয় দলত...

কোটি কোটি ক্ৰিকেট অনুৰাগীৰ হৃদয়ত এতিয়া ‘ৱাণ্ডাৰ কিড’ বৈভৱ

বয়স মাত্ৰ ১৫ বছৰ। কিন্তু হাতত বেটখন লৈ খেলপথাৰত নমাৰ লগে লগে কম্পিত হয় বিশ্বৰ বাঘা বাঘা বেগী বলাৰৰ বলিং স্পাইক। গুলীৰ বেগত অহা...

Recent articles

spot_img