Tag: India

অজিত আগাৰকাৰৰ কাৰ্যকাল অন্ত পৰাৰ পিছৰে পৰা খালী হৈ থকা মুখ্য নিৰ্বাচকৰ পদৰ বাবে প্ৰাক্তন বাঁওহতীয়া অফ স্পিনাৰ প্ৰজ্ঞান ওঝাৰ নাম ঘোষণা কৰিছে বিচিচিআইয়ে। উল্লেখ্য যে প্ৰজ্ঞান ওঝাই বিগত কিছু দিনৰ পৰা অনানুষ্ঠানিকভাৱে মুখ্য নিৰ্বাচকৰ দায়িত্ব...
ভাৰত আৰু আমেৰিকাৰ মাজত অতি শীঘ্ৰে বাণিজ্যিক চুক্তি হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। শনিবাৰে (১৭ অক্টোবৰ) আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল আৰু গেছ ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাৰতকে ধৰি পাঁচখন দেশৰ ওপৰত আৰোপ কৰা ১০০ শতাংশ...

আজি মহিলা এছিয়া কাপৰ ফাইনেল; ডিফেণ্ডিং চেম্পিয়ন শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত

২ বছৰ পূৰ্বেও মহিলা এছিয়া কাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে মুখামুখি হৈছিল ভাৰত। সেই মেচত ভাৰত শ্ৰীলংকাৰ হাতত ধৰাশায়ী হৈছিল। আজি ১৩ ছেপ্টেম্বৰ দেওবাৰে ডুবাই...

মোদী-জিনপিঙৰ বৈঠকৰ পূৰ্বে সুৰ সলনি ৰঙা চীনৰ

নতুন দিল্লীত আৰম্ভ হোৱা ১৮ সংখ্যক ব্ৰিকছ সন্মিলন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হ'বলগীয়া গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক আলোচনাৰ ঠিক পূৰ্বে চীনৰ পৰা পৰা আহিছে ইতিবাচক...

ছেমিত প্ৰৱেশ হৰমনপ্ৰীত বাহিনীৰ; কাইলৈ চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানৰ মুখামুখি হ’ব ভাৰত

ইউ এ ইত অনুষ্ঠিত হৈ থকা মহিলা এছিয়া কাপ ২০২৬ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে। বৃহস্পতিবাৰে হংকঙৰ বিৰুদ্ধে অনুষ্ঠিত এখন মেচত...

আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, প্ৰত্যাৱৰ্তন তাৰকা ক্ৰিকেটাৰৰ

১৩ ছেপ্তেম্বৰৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে আৰম্ভ হ'বলগীয়া টি-২০ শৃংখলাৰ বাবে আজি বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতীয় দল। দললৈ উভতি আহিল তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহ।...

‘অনাহকত ক্ৰয় নকৰিব সোণ’, GDP বৃদ্ধিত দেশবাসীলৈ বিশেষ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

দেশৰ অৰ্থনীতিৰ বাবে ভাল খবৰ। ৭.৮ শতাংশলৈ বৃদ্ধি পালে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (GDP)। এই অভাৱনীয় বৃদ্ধিৰ বাবে দেশবাসীক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

হকী বিশ্বকাপত পাকিস্তানক ধূলিসাৎ ভাৰতৰ; ৫-০ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ভাৰতৰ

নেদাৰলেণ্ডছত চলি থকা হকী বিশ্বকাপৰ পুল ডিৰ এখন ৰোমাঞ্চকৰ মেচত পাকিস্তানক ৫-৩ গ’লৰ ব্যৱধানত পৰাস্ত কৰিলে ভাৰতে। ১৬ বছৰৰ অপেক্ষাৰ অন্তত দুয়োটা দলৰ মাজত...

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ আহিব ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান

ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া ব্ৰিকছ সন্মিলনৰ বাবে নতুন দিল্লীলৈ আহিব ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান। ইৰাণৰ উচ্চস্তৰীয় সূত্ৰৰ উদ্ধৃতিৰে সংবাদ সংস্থা এ এন আইয়ে ১৪...

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় আজিংক্য ৰাহানেৰ

বিদেশৰ ভূমিত কেইবাটাও দৰ্শনীয় ইনিংছ খেলা ভাৰতীয় দলৰ অভিজ্ঞ ক্ৰিকেটাৰ আজিংক্য ৰাহানেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট তথা ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ২০১৩ চনৰ...

‘এয়া গ্ৰহণযোগ্য নহয়….’, ৰাছিয়াৰ আক্ৰমণত নিহত হোৱা ৪ ভাৰতীয় নাবিকক লৈ কঠোৰ বৈদেশিক মন্ত্ৰালয়

১৯ জুলাইত ইউক্ৰেইনৰ ওডেছা বন্দৰৰ পৰা ৰাওনা হোৱা বাণিজ্যিক জাহাজ এম ভি গোল্ডেন লিঅ’ত সংঘটিত হোৱা মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে শক্তিশালী স্থিতি...

ক্ৰিকেটৰ ‘মক্কা’ লৰ্ডছত ভাৰতীয় মহিলা দলৰ ঐতিহাসিক বিজয়; ২৭০ ৰানত পৰাস্ত ইংলেণ্ড

ইতিহাসৰ পাতত খোদিত হ'ল ভাৰতীয় মহিলা ক্ৰিকেট দলৰ নাম। ৪০ বছৰ পূৰ্বে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তেতিয়াৰ অধিনায়ক ডায়েনা এদুলজীক ঐতিহাসিক লৰ্ডছ খেলপথাৰৰ পেভেলিয়নত...

জিম্বাব’ৱেৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; বাহিৰ হ’ল সঞ্জু ছেমছন

জিম্বাব'ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টি-২০ শৃংখলাৰ বাবে ঘোষণা কৰিলে ভাৰতীয় দল। সকলোকে আচৰিত কৰি ভাৰতীয় দলৰ নিৰ্বাচকে দলত স্থান প্ৰদান নকৰিলে সঞ্জু ছেমছনক। তিনিখন...

ভাৰত-জাপানৰ মাজত কেইবাটাও ক্ষেত্ৰত ঐতিহাসিক চুক্তি

ভাৰত আৰু জাপানে প্ৰতিৰক্ষা, শক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI)কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে গুৰুত্বপূৰ্ণ সহযোগিতা স্মাৰকপত্ৰত স্বাক্ষৰ কৰে। নতুন দিল্লীৰ...

Recent articles

spot_img