Tag: West Bengal

ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO য়ে শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰে EOS-05। এইটো হ'ল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ। এই উপগ্ৰহটো সফলতাৰে উৎক্ষেপণ কৰি ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক উল্লেখযোগ্য মাইলৰ খুঁটি...
শিক্ষানুষ্ঠানত মোবাইল ব্যৱহাৰ কৰি বৰ্খাস্ত হ'ল দুজনকৈ ছাত্ৰ। কলেজ চৌহদত মোবাইলৰ ব্যৱহাৰ আৰু ৰীলছ বনোৱাৰ অপৰাধত বৰপেটা জিলাৰ হাউলীৰ বি এইচ কলেজৰ দুজন ছাত্ৰক ১০ দিনৰ বাবে মহাবিদ্যালয়ৰ পৰা বৰ্খাস্ত কৰা হ'ল।মহাবিদ্যালয়খনত উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত ছাত্ৰ...

অভিষেক বেনাৰ্জীৰ অবৈধ অট্টালিকাত চলিল বুলড’জাৰ, ভাঙি পেলোৱা হ’ল পাঁচ মহলীয়া অট্টালিকা

বিপদে লগ এৰা নাই তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীৰ। এইবাৰ প্ৰশাসনে অভিষেক বেনাৰ্জীৰ সংসদীয় সমষ্টিত থকা...

মমতাৰ TMCত পয়মাল; এইবাৰ কোয়েল মল্লিকে এৰিলে ৰাজ্যসভাৰ সাংসদ পদ

এটাৰ পিছত আন এটা মোক্ষম আঘাতৰ সন্মুখীন হৈ আছে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত মমতাৰ সংগ এৰিছে এজনৰ...

পত্নীক EDয়ে চমন প্ৰেৰণ কৰাৰ পিছতেই মমতাৰ সংগ ত্যাগ মদন মিত্ৰৰ

পশ্চিম বংগৰ ৰাজনীতিৰ পৰা আহিছে এটা ডাঙৰ খবৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অতি ঘনিষ্ঠৰূপে পৰিচিত মদন মিত্ৰই মমতাৰ সংগ এৰি ঋতব্ৰত বেনাৰ্জী গোটত যোগদান...

পশ্চিম বংগৰ তিনিখন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা

পশ্চিম বংগৰ ৰাজ্যসভাৰ তিনিখন খালী আসনৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। এই তিনিখন আসনৰ বাবে ২৪ জুলাইৰ ৰাতিপুৱা ৯ বজাৰ পৰা বিয়লি...

TMCৰ অধ্যক্ষ পদৰ পৰা আঁতৰালে মমতা বেনাৰ্জীক; অভিষেক বেনাৰ্জীৰ বিৰুদ্ধেও ল’লে কঠোৰ পদক্ষেপ

পশ্চিম বংগৰ পৰা আহিছে এক বৃহৎ ৰাজনৈতিক খবৰ। সোমবাৰে তৃণমূলৰ বিদ্ৰোহী তথা বিসম্বাদী গোটে মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীক নিজৰ নিজৰ পদৰ পৰা নিলম্বন...

চৰকাৰী অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; জ্বলি চাৰখাৰ ৪০০০ EVM

তৃণমূল কংগ্ৰেছৰ ভিতৰচ'ৰাত চলা দলীয় অন্তঃকলহৰ মাজতেই কলকাতাৰ পৰা আহিছে এটা ডাঙৰ খবৰ। কলকাতাৰ আলিপুৰদুৱাৰস্থিত এটা অট্টালিকাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি চাৰখাৰ হয় ৪০০০...

দুমাহ পুৰণি এটা কাণ্ডক লৈ মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ

পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। প্ৰায় দুমাহ পুৰণি এটা আপত্তিজনক মন্তব্যৰ বাবে কলকাতা আৰক্ষীয়ে...

আভ্যন্তৰীণ বিদ্ৰোহত জৰ্জৰ TMC; মমতাক শলঠেকত পেলাই বহিষ্কৃত নেতাৰ ডাঙৰ মন্তব্য

পশ্চিম বংগত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ সম্প্ৰতি এক বৃহত আভ্যন্তৰীণ বিদ্ৰোহ আৰু ভাঙোনৰ সন্মুখীন হৈছে। দলটোৰ ভিতৰচ'ৰাত দেখা দিয়া বিসম্বাদৰ মাজতে দলৰ পৰা...

Recent articles

spot_img