Author: Peoples' North East Desk
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতত নিৰ্বাসনত থকাৰ ২ বছৰতকৈও অধিক সময়ৰ পাছত অহা ১৬ ডিচেম্বৰত ঢাকালৈ ঘূৰি যোৱাৰ ঘোষণা কৰিছে। এইটোৱেই প্ৰথমবাৰৰ বাবে তেওঁ ঘূৰি যোৱাৰ কোনো নিৰ্দিষ্ট তাৰিখ দিছে।১. বিজয় দিৱসৰ প্ৰতীকী গুৰুত্ব১৬ ডিচেম্বৰ...
দ্ৰুততম শতক, দ্ৰুততম দ্বি শতকৰ লগতে আন কেইবাটাও অভিলেখেৰে পুনৰবাৰ বিশ্ব ক্ৰিকেটত আলোড়নৰ সৃষ্টি কৰিলে বৈভৱ সূৰ্যবংশীয়ে। কাটাৰত চলি থকা এছিয়া কাপ ৰাইজিং ষ্টাৰছ ২০২৬ত আজি ইউএই এ'ৰ বিৰুদ্ধে খেলা এখন মেচত ভাৰতৰ 'বিস্ময় বালক' বৈভৱ...
Breaking News
ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনবিহীন ৱাৰেণ্ট জাৰি
২০১৮ চনৰ এটা মানহানি গোচৰত দিল্লীৰ ছাকেট আদালতে দেশৰ জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনবিহীন ৱাৰেণ্ট জাৰি কৰিছে। অভিযোগকাৰী বিকাশ সাংস্কৃত্যায়নে অভিযোগ কৰিছে যে...
কংগ্ৰেছ-SPৰ মাজত আসন ভাগ-বাটোৱাৰাক লৈ ৯জনীয়া সমিতি গঠন, কাইলৈ প্ৰথমখন বৈঠক
উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন ২০২৭ৰ বাবে কংগ্ৰেছ দল আৰু সমাজবাদী পাৰ্টিৰ মাজত আসন ভাগ-বাটোৱাৰাৰ বাবে এখন সমিতি গঠন কৰিছে। মিত্ৰতা তথা আসন ভাগ-বাটোৱাৰাৰ বাবে...
আজি ভাৰতলৈ নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ… প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হ’ব গুৰুত্বপূৰ্ণ বৈঠক
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ'ব নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ। ভ্ৰমণসূচীৰ অন্তিম দিনা অৰ্থাত ২৩ নৱেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে...
বিজেপিয়ে প্ৰকাশ কৰিলে OBC মৰ্চাৰ নতুন বিষয়ববীয়াৰ তালিকা; চাওক কোনে পালে ডাঙৰ দায়িত্ব
শনিবাৰে ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিৰ OBC (অ’বিচি) মৰ্চাৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া আৰু কাৰ্যবাহী সদস্যৰ তালিকা প্ৰকাশ কৰে। দলটোৱে এক্স প্লেটফৰ্মত নিযুক্তিৰ তথ্যৰ লগতে...
MSDৰ ১৮ বছৰীয়া IPL কেৰিয়াৰৰ ইতি; সামাজিক মাধ্যমত জনালে চেন্নাই ফ্ৰেঞ্চাইজিয়ে
কোটি-কোটি MSD অনুৰাগীৰ বাবে আহিল বেয়া খবৰ। অন্ত পৰিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা মহান বেটাৰ মহেন্দ্ৰ সিং ধোনীৰ ১৮ বছৰীয়া আই পি...
দুলীয়াজানৰ কমলাবাৰীত নৃশংস হত্যাকাণ্ড, বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ একেটা পৰিয়ালৰে তিনিটা মৃতদেহ
দুলীয়াজানৰ কমলাবাৰী অঞ্চলত আজি সংঘটিত এক নৃশংস হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজা বাসগৃহৰ বন্ধ কোঠাৰ ভিতৰত একেটা পৰিয়ালৰে পিতৃ-মাতৃ আৰু কন্যাৰ...
ভাৰতত ২০২৯ আৰু ২০৩১ত অনুষ্ঠিত হ’ব আই চি চিৰ দুটাকৈ ডাঙৰ টুৰ্ণামেণ্ট
দেওবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে ২০৩৫ চনলৈকে পুৰুষৰ প্ৰতিটো ডাঙৰ ডাঙৰ টুৰ্ণামেণ্টৰ সময়সূচী ঘোষণা কৰিছে। ইয়াৰ লগে লগে স্পষ্ট হৈ পৰে...
‘একাডেমী অৱ খোলবাদ্য’ৰ উদ্যোগত ‘বৰপেটা সংগীত সমাৰোহ ২০২৭’
বৰপেটাত অনুষ্ঠিত হ’ব তৃতীয় বাৰ্ষিক ‘বৰপেটা সংগীত সমাৰোহ ২০২৭’। বৰপেটাস্থিত 'একাডেমী অৱ খোল বাদ্য'ৰ উদ্যোগত অহা ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়াকৈ এই সংগীত সমাৰোহ...
অন্তিম বলত পাকিস্তানৰ বিৰুদ্ধে ৰোমাঞ্চকৰ বিজয় ভাৰতৰ, যুৱ ক্ৰিকেটাৰলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা
১৯ অনুৰ্ধ এছিয়া কাপ ২০২৬ৰ ফাইনেলত পাকিস্তানক এক উইকেটত পৰাস্ত কৰি ভাৰতে অভিলেখ সংখ্যক নৱমবাৰৰ বাবে এই খিতাপ দখল কৰে। ভাৰতীয় যুৱ ক্ৰিকেটাৰৰ এই...
মৃদুল দাসক অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব
অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হ'ল অনুসূচিত জাতিৰ সংগ্ৰামী নেতা মৃদুল দাসক। আজিৰ পৰা কাৰ্যকৰী...
পুনৰ বিপদত সাংসদ কংগনা; ছিমলাত দাখিল FIR
হিমাচল প্ৰদেশত বিজেপিৰ সাংসদ তথা অভিনেত্ৰী কংগনা ৰনৌতৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। ছিমলাত দাখিল কৰা এই এফআইআৰৰ পিছতে পুনৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে...
কাজিৰঙাত শিহৰণকাৰী দুৰ্ঘটনা, ২৩ জন যাত্ৰীৰ মৃত্যু
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৰঙাজানত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু এখন কণ্টেইনাৰ ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত ১০ গৰাকীৰো অধিক লোক...

