Stay tuned

Subscribe to our latest newsletter and never miss the latest news!
Our newsletter is sent once a week, every Monday.

FEATURED

RECENTLY ADDED

অন্ত পৰিল যুদ্ধবিৰতিৰ… পুনৰ হ’ব আমেৰিকা-ইৰাণৰ মাজত ভয়ংকৰ যুদ্ধ!

তুৰ্কীৰ ৰাজধানী আংকাৰাত অনুষ্ঠিত হোৱা NATO শিখৰ সন্মিলনৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ইৰাণ সন্দৰ্ভত ডাঙৰ মন্তব্য প্ৰদান কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা...

ক্ৰিষ্টিয়ানো ৰোনাল্ডোক লৈ আবেগ-বিহ্বল প’ষ্ট ক্ৰিকেটাৰ মহম্মদ ছিৰাজৰ

চলিত ফুটবল বিশ্বকাপৰ পৰা অপ্ৰত্যাশিতভাৱে পৰ্তুগাল বাহিৰ হোৱাৰ পিছতে ফুটবলৰ মহানায়ক ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ বাবে সামাজিক মাধ্যমত আবেগিক প'ষ্ট কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ...

পি জি আৰ-ভি জি আৰ ভূমিত উচ্ছেদ চলোৱাৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ

ৰাজ্যত তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠনৰ পিছতেই উচ্ছেদৰ দাবী তীব্ৰতৰ হৈ উঠিছে পাৰ্ব্যত্য অঞ্চলত। অবৈধভাৱে দখল কৰি থকা পিজিআৰ-ভিজিআৰৰ পৰা উচ্ছেদ চলোৱাৰ দাবীত ডিফুৰ...

আৰক্ষী চকীত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ; ৯ গৰাকী আৰক্ষী কৰ্মীৰ মৃত্যু, ৫ গৰাকী সন্ধানহীন

পাকিস্তানৰ অশান্ত জৰ্জৰ অঞ্চল বেলুচিস্তানৰ এটা আৰক্ষী চকীত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ৯ গৰাকী আৰক্ষীৰ মৃত্যু হয়। এই আক্ৰমণৰ পিছতে ৫ গৰাকী আৰক্ষী নিখোজ হোৱাৰো...

আফগানিস্তানৰ প্ৰাক্তন তাৰকা বেগী বলাৰৰ নিধন; দীৰ্ঘধিন ধৰি ভাৰতত চলি আছিল চিকিৎসা

বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ বাবে দুঃখবৰ। আফগানিস্তানৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ শ্বাপুৰ জাদৰানৰ দেহাৱসান। দীৰ্ঘদিন ধৰি গুৰুতৰ স্বাস্থ্যজনিত সমস্যাত ভুগি থকাৰ পিছত আজি ক্ৰিকেটাৰগৰাকীয়ে শেষ নিশ্বাস...

ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল ছিৰিয়া; কথমপি প্ৰাণ ৰক্ষা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ

এটাৰ পিছত আন এটা ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল ছিৰিয়াৰ ৰাজধানী ডামাস্কাছ। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ছিৰিয়া ভ্ৰমণৰ সময়তে সংঘটিত এই বিস্ফোৰণে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি...

উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ; আছাম ৰাইফলছৰ দুগৰাকী জোৱান শ্বহীদ

অশান্ত জৰ্জৰ মণিপুৰত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এইবাৰ ৰাজ্যখনৰ উখৰুল জিলাত সন্ত্ৰাসবাদীয়ে আছাম ৰাইফলছৰ জোৱানক লক্ষ্য কৰি সংঘটিত কৰে আক্ৰমণ। এই ঘটনাত...

জিম্বাব’ৱেৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; বাহিৰ হ’ল সঞ্জু ছেমছন

জিম্বাব'ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টি-২০ শৃংখলাৰ বাবে ঘোষণা কৰিলে ভাৰতীয় দল। সকলোকে আচৰিত কৰি ভাৰতীয় দলৰ নিৰ্বাচকে দলত স্থান প্ৰদান নকৰিলে সঞ্জু ছেমছনক। তিনিখন...

ৰাম মন্দিৰৰ দান পাত্ৰৰ ধন চুৰি বিতৰ্ক; ট্ৰাষ্টৰ পৰা বিদায় চম্পট ৰায়ৰ

উত্তৰ প্ৰদেশৰ অযোধ্যাস্থিত ৰাম মন্দিৰৰ দান পাত্ৰৰ ধন চুৰি ঘটনা সন্দৰ্ভত বিভিন্ন সমালোচনাৰ সন্মুখীন হোৱা চম্পট ৰায়ৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা হৈছে। বিভিন্ন সূত্ৰৰ...

জেইলৰ ভিতৰত ভয়ংকৰ সংঘৰ্ষ; ৪ গৰাকী গাৰ্ড আৰু ১৯ গৰাকী কয়দীৰ মৃত্যু, ১০০ৰো অধিক আহত

শ্ৰীলংকাৰ এখন কাৰাগাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। দেশখনৰ ৰাজধানী কলম্বোস্থিত মুখ্য কাৰাগাৰত ড্ৰাগছ সম্বন্ধীয় ঘটনাৰ বাবে দুটা গোটৰ মাজত হোৱা সংঘৰ্ষত ৪গৰাকী গাৰ্ড আৰু...

পশ্চিম বংগৰ তিনিখন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা

পশ্চিম বংগৰ ৰাজ্যসভাৰ তিনিখন খালী আসনৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। এই তিনিখন আসনৰ বাবে ২৪ জুলাইৰ ৰাতিপুৱা ৯ বজাৰ পৰা বিয়লি...

বিজেপিক প্ৰত্যাহ্বান জনাই নিৰ্বাচনী ৰণত নামিল প্ৰশান্ত কিশোৰ

বিহাৰৰ বাংকীপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে জন সুৰাজ পাৰ্টীয়ে ঘোষণা কৰিছে নিজৰ প্ৰাৰ্থীৰ নাম। দলটোৰ মুৰব্বী প্ৰশান্ত কিশোৰে এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা...