Stay tuned

Subscribe to our latest newsletter and never miss the latest news!
Our newsletter is sent once a week, every Monday.

FEATURED

RECENTLY ADDED

হৰমুজেৰে পাৰ হোৱা জাহাজৰ পৰা ‘মাচুল’ ল’ব ইৰাণে

ইৰাণে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক বাণিজ্যিক পথ হৰমুজ প্ৰণালী অতিক্ৰম কৰা জাহাজসমূহৰ ওপৰত সেৱা মাচুল আৰোপ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। চীনস্থিত ইৰাণৰ ৰাষ্ট্ৰদূত আব্দলৰেজা...

ভাৰত-জাপানৰ মাজত কেইবাটাও ক্ষেত্ৰত ঐতিহাসিক চুক্তি

ভাৰত আৰু জাপানে প্ৰতিৰক্ষা, শক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI)কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে গুৰুত্বপূৰ্ণ সহযোগিতা স্মাৰকপত্ৰত স্বাক্ষৰ কৰে। নতুন দিল্লীৰ...

কিম্বদন্তী পেলেৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে হেৰী কেনে; কংগোক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ ইংলেণ্ডৰ

ফুটবলৰ ৰোমান্স শিখৰত। সেউজীয়া ঘাঁহনিত চলা ফুটবলৰ মহাযুদ্ধত এজনৰ পিছত আন এজন যোদ্ধাই দেখুৱাইছে পৰাক্ৰম। মেছী, কিলিয়ান এমবাপে, ক্ৰিষ্টিয়ানো ৰোনাল্ডো, হালাণ্ডৰ পিছত এইবাৰ চমক...

শিলৰ কুৱেৰীত ভয়ংকৰ ঘটনা; ৭ জন শ্ৰমিকৰ কৰুণ মৃত্যু

বাংগালুৰুৰ এটা শিলৰ কুৱেৰীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। কুৱেৰীটোত কাম কৰি থকা অৱস্থাত পাহাৰৰ এটা বৃহত অংশ খহি পৰাৰ ফলত অতি কমেও সাতগৰাকী...

পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; মৃত্যু বহু লোকৰ

ইউক্ৰেইনৰ বিৰুদ্ধে পুনৰ ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে ৰাছিয়াই। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জানিব দিয়া অনুসৰি তেওঁলোকৰ সেনাই ইউক্ৰেইনৰ ৰাজধানী কিভৰ ভিন্ন স্থানত মিছাইল আৰু ড্ৰোনেৰ...

আয়াতুল্লাহ আলী খামেনেইৰ শেষকৃত্যলৈ আমন্ত্ৰণ বিজেপি আৰু কংগ্ৰেছক

আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণত মৃত্যু হোৱা ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ ৰাজহুৱা শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিবলৈ ইৰাণৰ তৰফৰ পৰা বিজেপি আৰু কংগ্ৰেছ দলৰ...

অন্ত পৰিল অভিষেকৰ আধিপত্য; টি-২০ ৰেংকিঙৰ শীৰ্ষস্থানত অধিষ্ঠিত হ’ল ঈষান কিষাণ

প্ৰত্যাৱৰ্তনৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই অহাৰ পুৰস্কাৰ লাভ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কীপাৰ বেটাৰ ঈষান কিষাণে। বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে...

তিক্ততাপূৰ্ণ সম্পৰ্ক অৱসানৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু শ্বাহবাজ শ্বৰীফলৈ মুকলি পত্ৰ ১০০ৰো অধিক ব্যক্তিৰ

ভাৰত-পাকিস্তানৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা তিক্ততাপূৰ্ণ সম্পৰ্কৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্বাহবাজ শ্বৰীফলৈ এখন বিশেষ দাবী সম্বলিত পত্ৰ লিখিছে দুয়োখন...

টেষ্ট ক্ৰিকেটত সৰ্ববৃহৎ বিজয় জিম্বাব’ৱেৰ; বাংলাদেশক পৰাস্ত কৰি ৰচিলে ইতিহাস

বাংলাদেশক পৰাস্ত কৰি টেষ্ট ক্ৰিকেটত ইতিহাস ৰচিলে জিম্বাব'ৱে দলে। দুয়োখন দেশৰ মাজত অনুষ্ঠিত হোৱা একমাত্ৰ টেষ্ট মেচখনত ঘৰুৱা দলটোৱে বাংলাদেশক এক ইনিংছ আৰু ৮৫...

BTCত নহয় উচ্ছেদ অভিযান; বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে কৰিলে স্পষ্ট

বিটিচি (BTC)ৰ ভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলিব বুলি চলি থকা জল্পনা কল্পনাৰ অন্ত পেলাইছে বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে। মানাহ সমষ্টিৰ বিধায়ক থানেশ্বৰ বড়োৱে আজি মুকলিভাৱে...

সেনা প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ জেনেৰেল ধীৰাজ শেঠৰ

৩০ জুন অৰ্থাত মঙলবাৰে দেশৰ ৩১ সংখ্যক সেনা প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিলে জেনেৰেল ধীৰাজ শেঠে। সেনা প্ৰধান হিচাপে কাৰ্যকাল সমাপ্ত হোৱা জেনেৰেল উপেন্দ্ৰ...

আয়াতুল্লাহ আলী খামেনেইৰ শেষকৃত্যত অংশ ল’ব পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

৪ জুলাইৰ পৰা আৰম্ভ হ'ব ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ স্মৃতি সভা। আগশাৰীৰ সংবাদ সংস্থা এ এন আইৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ...