Stay tuned
Subscribe to our latest newsletter and never miss the latest news!
Our newsletter is sent once a week, every Monday.
FEATURED
RECENTLY ADDED
আয়াতুল্লাহ আলী খামেনেইৰ শেষকৃত্যত অংশ ল’ব পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে
৪ জুলাইৰ পৰা আৰম্ভ হ'ব ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ স্মৃতি সভা। আগশাৰীৰ সংবাদ সংস্থা এ এন আইৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ...
নতুন ভাষা নীতি নিৰ্দেশনা প্ৰকাশ CBSEৰ, জানি লওক কোনে পাব সকাহ
অলপতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) ঘোষণা কৰা তিনিটা ভাষা নীতিক লৈ দেশজুৰি চলি আছে বিতৰ্ক। এই নতুন ভাষা নীতিক লৈ শিক্ষাৰ্থী আৰু অভিভাৱকৰ...
জয়পুৰত খহি পৰিল নিৰ্মাণাধীন দেৱাল; ৩ জন শ্ৰমিকৰ মৃত্যু
সোমবাৰে ৰাজস্থানৰ ৰাজধানী জয়পুৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। এখন হোটেলৰ নিৰ্মাণাধীন দেৱাল ভাঙি পৰাৰ ফলত তিনিজন শ্ৰমিকৰ কৰুণ মৃত্যু হয়। ধ্বংসাৱশেষৰ তলত আন...
TMCৰ অধ্যক্ষ পদৰ পৰা আঁতৰালে মমতা বেনাৰ্জীক; অভিষেক বেনাৰ্জীৰ বিৰুদ্ধেও ল’লে কঠোৰ পদক্ষেপ
পশ্চিম বংগৰ পৰা আহিছে এক বৃহৎ ৰাজনৈতিক খবৰ। সোমবাৰে তৃণমূলৰ বিদ্ৰোহী তথা বিসম্বাদী গোটে মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীক নিজৰ নিজৰ পদৰ পৰা নিলম্বন...
ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ; সলনি হ’ব সামগ্ৰী সংগ্ৰহৰ নিয়ম
দেশৰ কোটি-কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰাৰ ব্যৱস্থা আৰু অধিক সহজ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে লৈছে এক বৃহত পদক্ষেপ।...
সীমান্তত বাংলাদেশীৰ উপদ্ৰৱ; ভাৰতীয় কৃষকক মাৰ ধৰ কৰি লুটি নিলে পোহনীয়া ম’হ
শ্ৰীভূমি জিলাৰ পাথাৰকান্দি থানাৰ অন্তৰ্গত বিলবাড়ীৰ ভাৰত-বাংলাদেশ সীমান্তত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন ভাৰতীয় নাগৰিকক বাংলাদেশৰ এটা দুৰ্বৃত্তৰ দলে ভয়ংকৰভাৱে আক্ৰমণ কৰাৰ খবৰ...
উদ্ধৱ ঠাকৰেৰ সংগ ত্যাগ; ৬ বিসম্বাদী সাংসদে আজি আনুষ্ঠানিকভাৱে যোগ দিব সিন্দে বাহিনীত
উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনা ত্যাগ কৰা ৬ গৰাকী বিসম্বাদী সাংসদৰ বাবে আজি ডাঙৰ দিন। সোমবাৰে সঞ্জয় পাটিলসহ আটাইকেইজন সাংসদে একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনাত আনুষ্ঠানিকভাৱে...
মহাৰাষ্ট্ৰৰ হনুমান মন্দিৰত ভয়ংকৰ অঘটন; ৭ গৰাকী ভক্তৰ মৃত্যু, ধ্বংসস্তূপত আৱদ্ধ বহু ভক্ত
মহাৰাষ্ট্ৰৰ পৰভনী জিলাৰ মানৱত অঞ্চলস্থিত য়শবাড়ী দেৱস্থানত সংঘটিত হৈছে এক ডাঙৰ অঘটন। প্ৰসিদ্ধ হনুমান মন্দিৰৰ গৰ্ভগৃহৰ সন্মুখত নিৰ্মীয়মান সভা মণ্ডপৰ ছাঁদ ভাঙি পৰাৰ ফলত...
NEET পৰীক্ষাৰ পূৰ্বে পুনৰ এজন শিক্ষাৰ্থীৰ আত্মহত্যা; ভিডিঅ’যোগে বৰ্ণনা সকলো কথা
নীট পৰীক্ষাৰ পূৰ্বে পুনৰ এজন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে। এইবাৰ এই আত্মহত্যাৰ খবৰ আহিছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা। জানিব পৰা অনুসৰি ২২...
হৰমুজৰ পৰা ভাৰতলৈ আহিবলৈ কিমান সময় লয় এখন জাহাজ
আমেৰিকা আৰু ইৰাণৰ মাজত সম্পন্ন হোৱা ঐতিহাসিক শান্তি চুক্তিয়ে বৃহত সকাহ প্ৰদান কৰিছে ভাৰতক। ইতিমধ্যে হৰমুজ প্ৰণালীত আৱদ্ধ হৈ থকা এলএনজি ভৰ্তি এখন জাহাজ...
পাক অধীকৃত জম্মু-কাশ্মীৰত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে চৰকাৰ বিৰোধী প্ৰতিবাদে
পাক অধীকৃত জম্মু-কাশ্মীৰত চলি থকা সাধাৰণ জনতাৰ প্ৰতিবাদে আজি ভৰি দিলে দশম দিনত। ঈদগাহ ময়দানত প্ৰায় ৬০-৭০ হাজাৰ লোক একত্ৰিত হৈ সাব্যস্ত কৰিছে প্ৰতিবাদ।...
আমেৰিকাৰে ঐতিহাসিক চুক্তিৰ পিছতেই প্ৰথমটো প্ৰতিক্ৰিয়া ইৰাণৰ, ক’লে- ‘এতিয়া সময়…’
বিগত কেইবা মাহ ধৰি চলা ৰক্তাক্ত সংঘৰ্ষৰ অন্তত শান্তি প্ৰতিষ্ঠাৰ বাবে আমেৰিকা আৰু ইৰাণৰ মাজত সম্পন্ন হ'ল বুজাবুজি চুক্তিত স্বাক্ষৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প...






